• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছয় মাহত আমেৰিকাৰ পৰা তেলৰ আমদানি ৫১ শতাংশ বৃদ্ধি! ট্ৰাম্পৰ ঠেহ ভাঙিবলৈ ভাৰতৰ নতুন কৌশল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 2:13 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি পদলৈ ঘূৰি অহাৰ পাছত ভাৰতে আমেৰিকাৰ তেল আমদানি ৫১ শতাংশ বৃদ্ধি কৰিছে। সূত্ৰৰ জৰিয়তে লাভ কৰা পৰিসংখ্যা অনুসৰি যোৱা বছৰৰ তুলনাত এই বছৰ আমেৰিকাৰ তেল আমদানি ৫১ শতাংশ বৃদ্ধি পাইছে। কেৱল খাৰুৱা তেলেই নহয়, এল পি জি আৰু এল এন জিৰ দৰে গেছও আমেৰিকাৰ পৰা পূৰ্বতকৈ বহু বেছি পৰিমাণে ক্ৰয় কৰা হৈছে।

চৰকাৰী সূত্ৰ অনুসৰি ভাৰতে চলিত বৰ্ষৰ প্ৰথম ৬ মাহত প্ৰতিদিনে আমেৰিকাৰ পৰা গড়ে ২.৭১ লাখ বেৰেল তেল আমদানি কৰিছিল। যোৱা বছৰ একে ৬ মাহত এই সংখ্যা আছিল ১.৮ লাখ বেৰেল। কেৱল সেয়াই নহয়, যেতিয়া ট্ৰাম্পে শুল্ক যুদ্ধ ঘোষণা কৰিছিল, তেতিয়া ভাৰতে আমেৰিকাৰ পৰা তেল ক্ৰয় আৰু অধিক বৃদ্ধি কৰিছিল। পৰিসংখ্যা অনুসৰি ভাৰতে যোৱা বছৰৰ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত আমেৰিকাৰ পৰা আমদানি কৰা তেলতকৈ এই বছৰ ১১৪ শতাংশ বেছি তেল ক্ৰয় কৰিছে। তেল আমদানিৰ অধিক পৰিমাণৰ বাবে আমেৰিকাৰ কোষাগাৰ ভাৰতীয় ধনেৰে বহু পৰিমাণে ভৰি পৰিছে।

Apply Now

চলিত বৰ্ষৰ জুন মাহতকৈ ভাৰতে জুলাই মাহত ২৩ শতাংশ অধিক তেল আমদানি কৰিছিল। ট্ৰাম্পে শুল্ক আৰোপ কৰাৰ পাছত এই আমদানি হ্ৰাস কৰাটো বহু দূৰত, বাণিজ্যিক সম্প্ৰদায়ৰ মতে চলিত বিত্তীয় বৰ্ষত আমেৰিকাৰ তেল আমদানিৰ বৃদ্ধিৰ হাৰ ১৫০ শতাংশ হ’ব পাৰে। খাৰুৱা তেলৰ লগতে এলপিজি আৰু এলএনজি গেছো আমেৰিকাৰ পৰা বৃহৎ পৰিমাণে আমদানি কৰা হৈছে। এই বছৰ আমেৰিকাৰ পৰা এই দুটা গেছৰ আমদানি যোৱা বছৰৰ তুলনাত দুগুণ বৃদ্ধি পাইছে।

এই পৰিসংখ্যা ওলোৱাৰ পাছৰে পৰা প্ৰশ্ন উত্থাপন হৈছে, ভাৰত এতিয়া তেলৰ ক্ষেত্ৰত ৰাছিয়াৰ লগতে আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল নেকি? চৰকাৰী সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে যে ভাৰতত ৰাছিয়াৰ আমদানি হ্ৰাস কৰাৰ কোনো সম্ভাৱনা নাই। কিন্তু ভাৰতে ‘বন্ধু’ ট্ৰাম্পৰ দেশৰ পৰাও তেল আমদানি বৃদ্ধি কৰিছে। মন কৰিবলগীয়া যে, ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাত আমেৰিকাই পোনপটীয়াকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত ট্ৰাম্পৰ ‘ভাগ্য’ পৰিশোধ কৰিবলৈ ভাৰতে অধিক আমেৰিকান তেল আমদানি কৰিছে নেকি?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

June 22, 2026 9:28 am
গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

June 22, 2026 8:14 am
হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

June 22, 2026 7:46 am
কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

June 22, 2026 9:28 am
গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

June 22, 2026 8:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd