• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধূমপান নকৰা মহিলাৰ মাজত বৃদ্ধি পাইছে হাওঁফাওঁৰ কৰ্কট ৰোগ! জানো আহক ৫টা কাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2025 7:30 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধূমপান হাওঁফাওঁৰ কৰ্কট ৰোগৰ অন্যতম প্ৰধান কাৰণ। কিন্তু শেহতীয়া বছৰবোৰত এটা আচৰিত পৰিৱৰ্তন দেখা গৈছে । এই পৰিৱৰ্তন অনুসৰি বহু মহিলাই জীৱনত কেতিয়াও এটা চিগাৰেট খোৱা নাই যদিও হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে।

ইন্দোৰৰ এইচ চি জি কেন্সাৰ চেণ্টাৰৰ চাৰ্জিকেল অংক’লজিষ্ট ডাঃ নয়ন গুপ্তাই এনে সম্ভাৱনা সন্দৰ্ভত সকীয়াই দিয়ে।

Apply Now

এই কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰা ৫টা কাৰক কি কি?

১) পাকঘৰত বায়ু চলাচলৰ অভাৱ

গ্ৰাম্য অঞ্চল বা উপকণ্ঠ অঞ্চলৰ কিছুমান অঞ্চলত এতিয়াও কাঠ, কয়লা বা জৈৱবস্তুৰে ৰন্ধা-বঢ়া কৰা হয়। সেই সময়ত বিষাক্ত গেছ আৰু ধোঁৱা উৎপন্ন হয়।

যদি পাকঘৰত খিৰিকী নাথাকে, বা এক্সজ’ষ্ট চিষ্টেম নাথাকে, তেন্তে ধোঁৱা পোনে পোনে হাওঁফাওঁত প্ৰৱেশ কৰে। এই বিষাক্ত কণাবোৰৰ সৈতে দীৰ্ঘদিন ধৰি উশাহ ল’লে ক্ৰমান্বয়ে হাওঁফাওঁৰ কোষবোৰৰ পৰিৱৰ্তন ঘটে, যিবোৰ কেন্সাৰলৈ পৰিণত হ’ব পাৰে।

২) এডিন’কাৰ্চিনোমাঃ ধূমপান নকৰিলেও হ’ব পাৰে

এই কেন্সাৰ হাওঁফাওঁৰ বাহিৰৰ অংশত বিকশিত হয়। ইয়াৰ মূল সমস্যাটো হ’ল প্ৰথম অৱস্থাত কোনো লক্ষণ দেখা নাযায়। সাধাৰণতে ধূমপান নকৰা মহিলাৰ ক্ষেত্ৰত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।

৩) হৰম’ন আৰু পৰিৱেশ প্ৰদূষণৰ সংযুক্ত প্ৰভাৱ

ইষ্ট্ৰজেন হৰম’ন আৰু বায়ু প্ৰদূষণ একেলগে হাওঁফাওঁৰ জিনত মিউটেচনৰ সৃষ্টি কৰে। ফলত হাওঁফাওঁৰ অস্বাভাৱিক বৃদ্ধি বা কেন্সাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

৪) কিছুমান জিনীয় মিউটেচন

যেনে EGFR জিন মিউটেচন, যিয়ে ধূমপান নকৰিলেও মহিলাৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। এই ধৰণৰ মিউটেচনে হাওঁফাওঁক ৰন্ধা ধোঁৱাৰ দৰে পৰিৱেশ প্ৰদূষণৰ প্ৰতি অধিক সংবেদনশীল কৰি তোলে।

৫) ৰন্ধা ধোঁৱাৰ ফলত হাওঁফাওঁৰ দীৰ্ঘদিনীয়া ক্ষতি হয়

দিনটোত ২-৩ বাৰ ৰান্ধিলে হাওঁফাওঁত অবিৰত প্ৰদাহ হয়। ইয়াৰ ফলত হাওঁফাওঁৰ স্বাভাৱিক বৃদ্ধিত ব্যাঘাত জন্মে আৰু কেন্সাৰ হোৱাৰ সম্ভাৱনা তিনিগুণ বৃদ্ধি পায়।

ডাঃ গুপ্তাই কৈছে, “যিসকল মহিলাই দিনটোত দুবাৰতকৈ অধিক ৰান্ধে, তেওঁলোকৰ হাওঁফাওঁৰ কৰ্কট ৰোগৰ সম্ভাৱনা তিনিগুণ বেছি।সুস্থ হৈ থকাৰ প্ৰথম পদক্ষেপ হ’ল পাকঘৰত সঠিকভাৱে বায়ু চলাচল কৰা।এগজেষ্ট ফেন, খোলা খিৰিকী, বা চিমনি অতি প্ৰয়োজনীয়।”

ইয়াক প্ৰতিৰোধ কৰিবলৈ কি কৰিব পাৰি?

• ৰন্ধা-বঢ়া কৰাৰ সময়ত খিৰিকী খোলা ৰাখিব লাগে

• চিমনি বা এক্সজ’ষ্ট ফেন ব্যৱহাৰ কৰক

• কঠিন ইন্ধনৰ পৰিৱৰ্তে গেছ বা বৈদ্যুতিক হিটাৰ ব্যৱহাৰ কৰক

• বছৰত অন্ততঃ এবাৰ হাওঁফাওঁৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে

• ধাৰাবাহিক কাঁহ বা উশাহ-নিশাহৰ কষ্ট হ’লে তৎক্ষণাত চিকিৎসকৰ কাষ চাপিব লাগে

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd