• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জঞ্জাল! কেঁচুৱা লৈ পৰীক্ষা গৃহ পালেহি মাতৃ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 6, 2018 6:54 pm
Sadiya College
130
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ শদিয়া মহাবিদ্যালয়ৰ এটি দৃশ্য। বৰ্তমান মহাবিদ্যালয়খনত চলি থকা এক পৰীক্ষাৰ পৰীক্ষা গৃহ আহি ওলাইছেহি এটি ১৫ দিনীয়া শিশু। কিন্তু কি কাৰণত মাত্ৰ ১৫ দিনীয়া এই শিশুটি পৰীক্ষা গৃহলৈ আহিছে?

উল্লেখযোগ্য যে যিসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৫০ শতাংশতকৈ কম নম্বৰ পাইছে তেওঁলোকক পুনৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হবলৈ সুবিধা প্ৰদান কৰি শিক্ষা বিভাগে অনুষ্ঠিত কৰিছে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বেটাৰ্মেন পৰীক্ষা।

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে অনুষ্ঠিত এই পৰীক্ষা শদিয়া মহাবিদ্যালয়টো অনুস্থিত হৈছে। উক্ত পৰীক্ষাতে এগৰাকী মাতৃয়ে কৰ্মৰ তাগিদাত নিজৰ ১৫ দিনীয়া শিশুটিক পৰীক্ষা গৃহলৈ লৈ আনিছে।

উল্লেখযোগ্য যে শিশুটিৰ মাতৃ তথা অম্বিকাপুৰ গুৰুকুল জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অৰুনা বৰাই, ঘৰত শিশুটিক চাবলৈ কোনো লোক নথকাত উপায়ন্তৰ হৈ শিশুটিক পৰীক্ষা গৃহলৈ লৈ আনিব লগীয়া হৈছে।

আনহাতে মহিলাগৰাকীয়ে শিশুটিক পৰীক্ষা গৃহলৈ অনাত কেন্দ্ৰটোৰ পৰীক্ষকে আন একো উপাই নাপাই মহাবিদ্যালয়খনৰ কেইগৰাকীমান ছাত্ৰীকে শিশুটিক চাবলৈ দায়িত্ব প্ৰদান কৰে।

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd