• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেৱল তামিল আৰু ইংৰাজীৰ বাবে তামিল ভূমি! হিন্দী আধিপত্য ৰোধ কৰিবলৈ ষ্টেলিনৰ নতুন শিক্ষা নীতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2025 5:28 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে আৰম্ভণিৰে পৰা কেন্দ্ৰৰ নতুন শিক্ষা নীতিৰ বিৰোধিতা কৰি আহিছে। হিন্দী আধিপত্যৰ বিৰুদ্ধে মাত মাতি তামিলনাডু চৰকাৰে এতিয়া নিজৰ ৰাজ্যতে নতুন শিক্ষা নীতি আৰম্ভ কৰিছে। দ্বিভাষিক নীতিৰ অধীনত ৰাজ্যৰ সকলো বিদ্যালয়তে কেৱল তামিল আৰু ইংৰাজী পাঠদান কৰা হ’ব।

তামিলনাডুত এই দ্বিভাষিক শিক্ষা নীতিৰ কাৰ্যকলাপ ২০২২ চনৰ পৰা আৰম্ভ হৈছিল।এই উদ্দেশ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মুৰুগেছানৰ নেতৃত্বত ১৪ জনীয়া এখন সমিতি গঠন কৰা হৈছিল। এই সমিতিখনে বিগত বৰ্ষৰ জুলাই মাহত মুখ্যমন্ত্রীক প্রতিবেদন দাখিল কৰিছিল৷ অৱশেষত শুকুৰবাৰে কট্তুৰপুৰমত এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে। শেহতীয়াকৈ কেন্দ্ৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে তামিলনাডু চৰকাৰে লোৱা এই পদক্ষেপ নিশ্চিতভাৱে তাৎপৰ্যপূৰ্ণ। কেন্দ্ৰই ৰাষ্ট্ৰীয় শিক্ষা নীতিত তিনিটা ভাষাৰ তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে ষ্টেলিনৰ ৰাজ্যিক শিক্ষা নীতিত দুটা ভাষাৰ কথা কোৱা হৈছে। কেন্দ্ৰৰ তিনিটা ভাষাত ইংৰাজী, হিন্দী আৰু স্থানীয় ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। ৰাজ্যৰ শিক্ষা নীতি তামিল আৰু ইংৰাজী শিক্ষাৰ ওপৰত আধাৰিত হ’ব। তাত হিন্দীৰ কোনো উল্লেখ নাই।

Apply Now

মন কৰিবলগীয়া যে, তামিলনাডু, তেলেংগানাৰ দৰে ৰাজ্যই তিনিভাষিক শিক্ষাৰ জৰিয়তে অহিন্দী ৰাজ্যৰ ওপৰত হিন্দীক জোৰ-জবৰদস্তি কৰা হৈছে বুলি বাৰে বাৰে উত্থাপন কৰি আহিছে৷ এই হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে ওলাই আহিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিন। তেওঁ অভিযোগ কৰে যে এই হিন্দী আগ্ৰাসনৰ বাবে উত্তৰ ভাৰতৰ বহু ভাষা যেনে ভোজপুৰী, মাইথিলী, আৱাধি, ব্ৰজবুলি, বুণ্ডেলী ধ্বংস হৈছে। তদুপৰি বহু আঞ্চলিক ভাষা মৃত্যুমুখত পৰিছে। হিন্দী ভাষাৰ একচেটিয়া ব্যৱহাৰ প্ৰাচীন মাতৃভাষাক হত্যা কৰাৰ প্ৰয়াস বুলি অভিযোগ কৰে।

কেৱল সেয়াই নহয়, শেহতীয়া ‘বাংলা বাংলাদেশী ভাষা’ বিতৰ্কতো ষ্টেলিনে পশ্চিমবংগ চৰকাৰৰ কাষত থিয় দিছে। এই বিষয়ত ছ’চিয়েল মিডিয়াত তেওঁৰ বাৰ্তা আছিল, ‘যি ভাষাত দেশৰ জাতীয় সংগীত লিখা হৈছিল, সেই ভাষাৰ ওপৰত এয়া আক্ৰমণ। অহিন্দী ভাষাৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই পশ্চিমবংগৰ জনসাধাৰণৰ সন্মুখত ঢাল হিচাপে থিয় দিছে মমতা দিদি।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd