• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাত মহিলা বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2025 1:55 pm
108
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে এগৰাকী যুৱতী বনকৰ্মীৰ মৃতদেহ। বৃহস্পতিবাৰে বোকাখাতৰ ডি এফ অ’ কাৰ্যালয়ৰ আৱাসিক এলেকাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।

মৃতদেহটো গোলাঘাট জিলাৰ আঠখেলিয়াৰ নিবাসী দশমী দুৱৰা বুলি জানিব পৰা গৈছে। বন বিভাগৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি এই মৃত্যু আত্মহত্যা বুলি সন্দেহ কৰা হৈছে।

বোকাখাত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। কৰ্তৃপক্ষই জনোৱা মতে, তেওঁৰ কোৱাৰ্টাৰৰ ভিতৰত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

কাজিৰঙাৰ ডিএফঅ’ অৰুণ ভিগনেশে এই মৃত্যু নিশ্চিত কৰি কয় যে এই ঘটনাৰ সঠিক কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত চলি আছে।

Recent News

‘ইউক্ৰেইন অবিহনে শান্তি বৈঠক’- ট্ৰাম্প-পুটিনৰ বৈঠকত তীব্ৰ আপত্তি ইউৰোপৰ

‘ইউক্ৰেইন অবিহনে শান্তি বৈঠক’- ট্ৰাম্প-পুটিনৰ বৈঠকত তীব্ৰ আপত্তি ইউৰোপৰ

ছিৰাজৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুঞ্জন? ক্ৰিকেটাৰগৰাকীক ৰাখী পিন্ধালে আশা ভোছলেৰ নাতিনীয়েকে

ছিৰাজৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুঞ্জন? ক্ৰিকেটাৰগৰাকীক ৰাখী পিন্ধালে আশা ভোছলেৰ নাতিনীয়েকে

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰাৰ পাছত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন পাকিস্তান

ভাৰতীয় বিমানৰ বাবে আকাশমাৰ্গ বন্ধ কৰাৰ পাছত ১২৭ কোটি টকাৰ লোকচানৰ সন্মুখীন পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd