• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সত্যপাল-ধনখড়ক অৱজ্ঞা কৰিছে দলে; মুকলিকৈ মন্তব্য কৰি বহিষ্কৃত হ’ল বিজেপি নেতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2025 9:05 am
149
VIEWS
Share on FacebookShare on Twitter

দলৰ বিৰুদ্ধে বিৰূপ মন্তব্যৰ বাবে শাস্তিৰ সন্মুখীন হ’ল এগৰাকী নেতা। বিজেপি নেতা তথা ৰাজস্থানৰ দলৰ মুখপাত্ৰ কৃষ্ণ কুমাৰ জানুক ছবছৰৰ বাবে গেৰুৱা শিবিৰৰ পৰা বহিষ্কাৰ কৰা হৈছে। শুকুৰবাৰে এই কথা অৱগত কৰে বিজেপিৰ ৰাজ্যিক অনুশাসন সমিতিৰ সভাপতি অংকৰ সিং লাখাৱাটে।

শেহতীয়াকৈ মৃত্যু হোৱা জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ প্ৰতি দলৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছিল কৃষ্ণ কুমাৰে। তেওঁ দাবী কৰে যে দলটোৱে বিজেপিৰ প্ৰাক্তন নেতা সত্যপাল মালিকক অৱজ্ঞা কৰিছে। মালিকৰ শেষকৃত্যৰ কথা উল্লেখ কৰি কৃষ্ণ কুমাৰে হতাশা প্ৰকাশ কৰে।

একে সময়তে তেওঁ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ সৈতে দলৰ সম্পৰ্ক সন্দৰ্ভতো মন্তব্য কৰে। এই ক্ষেত্ৰতো কৃষ্ণ কুমাৰে একে অভিযোগ উত্থাপন কৰে।

তেওঁ পোনপটীয়াকৈ দাবী কৰে যে দলৰ অসন্মানৰ বাবে ধনখড়ে পদত্যাগ কৰিছে। ধনখড়ক এনে কৰিবলৈ বাধ্য কৰা বুলি তেওঁ ইংগিত দিয়ে।

কৃষ্ণ কুমাৰে কাৰণ হিচাপে এটা যুক্তিও আগবঢ়াইছে। তেওঁ কয় যে সত্যপাল মালিক আৰু জগদীপ ধনখড় দুয়োজনেই জাট সম্প্ৰদায়ৰ, সেয়েহে তেওঁলোকৰ প্ৰতি দলৰ এই অৱজ্ঞা।

কেৱল সেয়াই নহয়, এল কে আদৱানী, মুৰলী মনোহৰ যোশী, যশৱন্ত সিনহাৰ দৰে নেতাৰ কথা উল্লেখ কৰি কৃষ্ণ কুমাৰে কয় যে বিজেপিয়ে এই জনপ্ৰিয় নেতাসকলকো সন্মান নকৰে। তেওঁৰ এই বক্তব্যৰ ভিডিঅ’ক কেন্দ্ৰ কৰি আলোড়নৰ সৃষ্টি হয়।

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd