• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পথৰ কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ! বন্ধুৱে কৰা ভিডিঅ’ৰ ভিত্তিত গ্ৰেপ্তাৰ এজন যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2025 10:35 am
261
VIEWS
Share on FacebookShare on Twitter

অঘৰী কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি ধৰ্ষণ কৰাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে উত্থাপিত হৈছে। বন্ধুৱে তোলা এই ভিডিঅ’টোৱে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰাত সহায় কৰে। যদিও ভিডিঅ’টোৰ সত্যতা নৰ্থইষ্ট নাওৰ দ্বাৰা পৰীক্ষা কৰা হোৱা নাই।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত যুৱকজনৰ নাম ছনু বিশ্বকৰ্মা। ২৪ বছৰীয়া যুৱকজন লক্ষ্ণৌৰ বাসিন্দা। ‘আছৰা’ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাৰ সভাপতি চাৰু খাৰে দাবী কৰিছে যে যোৱা ৭ আগষ্টত তেওঁ এটা অঘৰী কুকুৰক খাদ্যৰে প্ৰলোভিত কৰি মাজ ৰাস্তাত ধৰ্ষণ কৰিছিল। যদিও পথচাৰীসকলে এই নৃশংস কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰে।

অৱশ্যে তেওঁৰ এজন বন্ধুৱে সমগ্ৰ ঘটনাটো তেওঁৰ মোবাইল ফোনত ৰেকৰ্ডিং কৰে। পিছত সেই ভিডিঅ’ ভাইৰেল হৈ ইণ্টাৰনেটত ক্ষোভৰ সৃষ্টি কৰে। ইফালে চাৰু খাৰৰ সংগঠনে আৰক্ষীক এজাহাৰ দাখিল কৰে। যেতিয়া গোমতীনগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল তেতিয়া ভিডিঅ’টোৱে তেওঁলোকক সহায় কৰিছিল। যাৰ জৰিয়তে অৱশেষত আৰক্ষীয়ে ছনুক গ্ৰেপ্তাৰ কৰে। বৰ্তমান সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে।

Recent News

পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ মুখ্য ন্যায়াধীশলৈ পুনৰ বিবেচনাৰ বাবে পত্ৰ লিখিলে জন আব্ৰাহামে

পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ মুখ্য ন্যায়াধীশলৈ পুনৰ বিবেচনাৰ বাবে পত্ৰ লিখিলে জন আব্ৰাহামে

“আঁতৰ হ ইয়াৰ পৰা”, দায়িত্ব পালন কৰা ট্ৰেফিক পুলিচক ধমক বিজেপি নেতাৰ পুত্ৰৰ

“আঁতৰ হ ইয়াৰ পৰা”, দায়িত্ব পালন কৰা ট্ৰেফিক পুলিচক ধমক বিজেপি নেতাৰ পুত্ৰৰ

ট্ৰাকৰ খুন্দাত ডেলিভাৰী বয়ৰ মৃত্যুঃ ৪ বছৰৰ মূৰত ২৩ লাখ টকাৰ সাহায্য লাভ কৰিলে পৰিয়ালে

ট্ৰাকৰ খুন্দাত ডেলিভাৰী বয়ৰ মৃত্যুঃ ৪ বছৰৰ মূৰত ২৩ লাখ টকাৰ সাহায্য লাভ কৰিলে পৰিয়ালে

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd