• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোসাঁইগাঁৱত এন ডি এফ বি এছৰ ছাৰ্জেণ্ট মেজৰ সংঘৰ্ষত নিহতঃ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 14, 2017 11:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা নিশা ভাৰত ভূটান সীমান্তৰ ডুমবজাৰত নিৰাপত্তা ৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এন ডি এফ বিৰ সংবিজিত গোটৰ ছাৰ্জেণ্ট মেজৰ ছোহেটান নাৰ্জাৰী  ওৰফে চানদাও নিহত হয়। কালি নিশা  কোকৰাঝাৰ জিলা আৰক্ষী অধিক্ষককৰ নেতৃত্বত  যোৱা এক নিৰাপত্তা বাহিনীৰ দলে চৰাই বিল আৰক্ষী চকীৰ অন্তৰ্গত ডুমবজাত এক অভিযান চলায় ।উক্ত অভিযানৰ সময়তে নিৰাপত্তা বাহিনীৰ সৈতে এন ডি এফ বিৰ সংবিজিত গোটৰ লগত  সংঘৰ্ষৰ সূত্ৰপাত হয় । দীৰ্ঘ সময় ধৰি  চলা সংঘৰ্ষৰ পাছত নিৰাপত্তা বাহিনীয়ে সংঘৰ্ষস্হলীৰ পৰা  সংগঠনটোৰ মোষ্ট ৱাণ্টেড  পশ্চিমজুৰ কামাণ্ডৰ ছোহেটান নাৰ্জাৰী ওৰফে চানদাওৰ মৃতদেহ উদ্ধাৰ কৰে ।পাছত নিৰাপত্তা ৰক্ষীয়ে ঘটনাস্হলীৰ পৰা এটা এ কে ৫৬ ৰাইফল, বহুতো অস্ত্ৰ-সস্ত্ৰৰ উপৰি বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 3:37 pm
ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

September 8, 2025 3:09 pm
দক্ষিণ আফ্ৰিকাক ৩৪২ ৰানত পৰাস্ত কৰি বিশ্ব অভিলেখ গঢ়িলে ইংলেণ্ডে

দক্ষিণ আফ্ৰিকাক ৩৪২ ৰানত পৰাস্ত কৰি বিশ্ব অভিলেখ গঢ়িলে ইংলেণ্ডে

September 8, 2025 3:01 pm
পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

পঞ্চাশ হাজাৰ টকাত বিক্ৰী এমহীয়া কেঁচুৱা! হৃদয়বিদাৰক ঘটনাৰ আঁৰত অভাৱৰ তাড়না

September 8, 2025 1:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

এএমইউৰ প্ৰথম মহিলা উপাচাৰ্য নৈমা খাতুনৰ নিযুক্তিৰ বিৰুদ্ধে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 3:37 pm
ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

ট্ৰাম্পৰ শুল্কই নেতিবাচক প্ৰভাৱ পেলাব ভাৰতৰ জিডিপিত : স্বীকাৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনৰ

September 8, 2025 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd