• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“মই ইলন মাস্কৰ সন্তান”, দাবী এইজন যুৱকৰ

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 10, 2025 3:30 pm
92
VIEWS
Share on FacebookShare on Twitter

কেনিয়াৰ এজন ৪০ বছৰীয়া যুৱকে নিজকে ইলন মাস্কৰ বৰ পুত্ৰ বুলি দাবী কৰিছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যুৱকজন। ইলন মাস্কৰ সৈতে তেওঁৰ সম্পৰ্ক প্ৰমাণ কৰিবলৈ ডি এন এ পৰীক্ষাৰো দাবী জনাইছে।

কিন্তু যুৱকজনৰ বয়সকৰ লগত ইলন মাস্কৰ বয়সৰ ব্যৱধানে এই দাবী সন্দেহজনক কৰি তুলিছে।

খবৰ অনুসৰি, লোকজনে অভিযোগ কৰিছে যে ২০ বছৰ বয়সত ইলন মাস্কে কেনিয়াৰ মাছাই মাৰাত তেওঁৰ মাতৃৰ সৈতে সম্পৰ্ক স্থাপনৰ কৰিছিল।

কিন্তু ১৯৮৫ চনত জন্ম পোৱা এই যুৱকজনৰ জন্মৰ সময়ত ইলন মাস্কৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। যাৰ ফলত এই দাবী মিছা বুলি প্ৰমাণ হৈছে।

ইফালে যুৱকজনে কয় যে তেওঁ ধন বা খ্যাতি নহয়, সত্য আৰু স্বীকৃতি বিচাৰিছে।

উল্লেখ্য যে ইলন মাস্কে চাৰিগৰাকী ভিন্ন মহিলাৰ সৈতে ১৪টা সন্তানৰ পিতৃত্ব লাভ কৰিছে যদিও কেনিয়াৰ পুত্ৰৰ কোনো অভিলেখ নাই।

মাস্কে এই দাবীৰ সম্পৰ্কত এতিয়ালে কোনো মন্তব্য কৰা নাই ।

Recent News

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd