• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একেটা ঘৰতে থাকে ২৩০ জন লোক, তিনি লাখ ভোটাৰৰ ঘৰৰ নম্বৰ ০! বিহাৰৰ সংশোধিত ভোটাৰ তালিকাতো গণ্ডগোল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2025 3:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একেটা ঘৰত থাকে ২৩০ জন সদস্য। প্ৰায় ৩ লাখ ভোটাৰৰ বাবে হাউছ নম্বৰ ০। বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ অন্তত প্ৰকাশিত ভোটাৰ তালিকাতো বৃহৎ ত্ৰুটিৰ সৃষ্টি হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত দেখা গৈছে যে জামুই জিলাৰ চৌদিহা পঞ্চায়তৰ এটা বুথত এটা সৰু ঘৰত ২৩০ জন ভোটাৰ বাস কৰে!

সেই অঞ্চলৰ বাসিন্দাসকলে কয় যে তেওঁলোক একেটা ঘৰতে নাথাকে। সকলোৰে ঘৰ বেলেগ বেলেগ। ঠিকনাটো বেলেগ। ঘৰৰ নম্বৰটোও বেলেগ। ইয়াৰ পিছতো এনে ভুল হৈছে। ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ বাবে আহিবলগীয়া বুথ পৰ্যায়ৰ বিষয়াজনে স্থানীয় তদন্ত নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘৰতে বহি কাম কৰা অভিযোগ উঠিছে। সেই অঞ্চলৰ বাসিন্দাসকলে দাবী কৰে যে বহু আগতেই হয়তো মৃত্যু হোৱা বহু ভোটাৰৰ নাম এই তালিকাত দেখা গৈছে। দৰাচলতে বুথ পৰ্যায়ৰ বিষয়াসকলৰ অদক্ষতাৰ বাবে বিশেষ তালিকা পুনৰীক্ষণৰ প্ৰকৃত উদ্দেশ্য পূৰণ হোৱা নাই। যদিও স্থানীয় বিএলঅ’ই দাবী কৰিছে, “সেই ভুলবোৰ কাৰিকৰী কাৰণত হৈছে।মই ইতিমধ্যে বিডিঅ’ক এই বিষয়ে অৱগত কৰিছো।”

Apply Now

তথ্য অনুসৰি বিহাৰৰ এছ আই আৰৰ পিছত প্ৰকাশিত খচৰা ভোটাৰ তালিকাত ২ লাখ ৯২ হাজাৰতকৈ অধিক ভোটাৰৰ ঘৰৰ সংখ্যা ০, ০০ আৰু ০০০ বুলি দেখুওৱা হৈছে। বিশেষ সংশোধনীৰ অন্তত নিৰ্বাচন আয়োগে প্ৰস্তুত কৰা সংশোধিত তালিকাখনো ত্ৰুটিপূৰ্ণ বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। খৰখেদাকৈ বুথ স্তৰৰ বিষয়াই বহু অবৈধ কাম কৰি আছে। ফলত সংশোধিত ভোটাৰ তালিকাতো ত্ৰুটি আছে। লক্ষ্য পূৰণৰ বাবে ভোটাৰৰ সৈতে কথা নোপোৱাকৈ বুথ পৰ্যায়ৰ বিষয়াসকলে প্ৰ-পত্ৰ পূৰণ কৰাৰ অভিযোগ আৰজেডিৰ। বহু ভোটাৰৰ নামত প্ৰ-পত্ৰ পূৰণ হৈছিল যদিও তেওঁলোকে গম নাপালে। এনেদৰে বহু মৃত ভোটাৰৰ নামো ফৰ্ম পূৰণ কৰা হৈছিল। ফলত ভুৱা ভোটাৰ ধৰা বুলি আয়োগে কৰা দাবীও মিছা।

আনফালে এটা কোঠাৰ সৰু ঘৰত ৮০ জন ভোটাৰ! একেটা ঘৰতে ৪৩ জন সদস্য। তেওঁলোকৰ উপাধি বেলেগ বেলেগ। কৰ্ণাটকৰ মহাদেৱপুৰ বিধান সভা সমষ্টিৰ ভোটাৰ তালিকাত এই ভুলসমূহৰ ওপৰত আলোকপাত কৰিছে বিৰোধী দল নেতা ৰাহুল গান্ধীয়ে। নিৰ্বাচন আয়োগৰ সূত্ৰই দাবী কৰিছে যে এই বিশেষ পুনৰীক্ষণ যাতে ভোটাৰ তালিকাত এনে কোনো ভুল নাথাকে। কিন্তু বাস্তৱতা হ’ল বিশেষ পুনৰীক্ষণৰ অন্তত প্ৰকাশিত খচৰা তালিকাখনো ত্ৰুটিপূৰ্ণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd