• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বক্সিং বিষয়াৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ লাভলিনা বৰগোহাঁইৰ

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 10, 2025 7:30 pm
126
VIEWS
Share on FacebookShare on Twitter

অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী তথা খেলৰত্ন বঁটা বিজয়ী লাভলিনা বৰগোহাঁয়ে ভাৰতীয় বক্সিং ফেডাৰেচনৰ এগৰাকী জ্যেষ্ঠ বিষয়া কৰ্ণেল অৰুণ মালিকৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ উত্থাপন কৰিছে।

এই অভিযোগৰ ভিত্তিত ভাৰতীয় অলিম্পিক সন্থাই তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে, কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়, ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ, টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনি, ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যন, আৰু বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াক লিখিত অভিযোগ দাখিল কৰিছিল লাভলীনাই।

৮ জুলাইত জুমৰ এখন বৈঠকৰ সময়ত কাৰ্যবাহী সঞ্চালক তথা অন্তৱৰ্তীকালীন সমিতিৰ সদস্য মালিকে তেওঁক অপমান কৰা বুলি অভিযোগ দিছে লাভলীনাই।

বক্সাৰগৰাকীয়ে কয় যে মালিকে তেওঁৰ প্ৰতিভাক তুচ্ছজ্ঞান কৰিছিল, তেওঁক গালি দিছিল আৰু তেওঁক “চুপ থাকক, মূৰটো দোৱাই থাকক আৰু আমি কোৱাৰ দৰে কৰক” বুলি কৈছিল। জানিব পৰা মতে, ৪ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ লিভাৰপুলত অনুষ্ঠিত হ’বলগীয়া এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে তেওঁৰ প্ৰশিক্ষণ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হৈছিল। লাভলিনাই বিদেশত প্ৰশিক্ষণ ল’বলৈ আৰু দীৰ্ঘদিনীয়া প্ৰশিক্ষক প্ৰণমিকা বৰাৰ সৈতে প্ৰশিক্ষণ ল’বলৈ বিচাৰিছিল। কিন্তু মালিকে লাভলীনাৰ এই অনুৰোধ নাকচ কৰিছিল।

Recent News

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd