• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাবালিকাক ধৰ্ষণ : থানালৈ শিলগুটি নিক্ষেপ ন্যায় বিচাৰি যোৱা উন্মত্ত ৰাইজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2025 4:01 pm
72
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ উদয়পুৰ এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে আৰক্ষীয়ে অভিযুক্ত ৰামলাল ‎গামেটিক গ্ৰেপ্তাৰ কৰে আৰু মঙলবাৰে আদালতত হাজিৰ কৰে।

আৰক্ষীৰ তথ্য অনুসৰি ভুক্তভোগী নাবালিকা গৰাকীক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এতিয়া ‎সম্পূৰ্ণ সুস্থ হৈ উঠিছে।

এই ঘটনাৰ প্ৰতিবাদত সোমবাৰে থানাত সমবেত হোৱা গাঁওবাসীয়ে একাংশ লোকৰ প্ৰৰোচনাত আৰক্ষীক ‎শিলগুটি নিক্ষেপ কৰে। বহু আৰক্ষী আহত হোৱাৰ লগতে বাহনসমূহো ভাঙি পেলোৱা হৈছে।

এই অশান্তিৰ পৰিপ্ৰেক্ষিতত বহু থানাৰ পৰা আৰক্ষী বাহিনীক মাতি অনা হয়। ইয়াৰ উপৰিও উদয়পুৰৰ ‎জ্যেষ্ঠ আৰক্ষী বিষয়াও সেই স্থানত উপস্থিত হয়।

উদয়পুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জনা সুখৱালে কয় যে, “এই কাণ্ডৰ পিছত আমি অভিযুক্তজনক ‎তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছো। তেওঁ মাছমৰীয়াৰ কাম কৰে। শৌচ কৰিবলৈ যোৱা ছোৱালীজনীক ধৰ্ষণ ‎কৰি তেওঁ সেই স্থানৰ পৰা পলায়ন কৰে।”‎

এ এছ পি অঞ্জনা সুখৱালে আৰু কয়, “থানাত সমবেত লোকসকলক উচটনি দিয়া হৈছিল। আৰক্ষীৰ ওপৰত ‎শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত ৩৬ জন লোকক আটক কৰি ৰখা হৈছে। ৭ জন নাবালকক কিশোৰ ‎গৃহলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ ১৩খন বাহনো জব্দ কৰা হৈছে।”‎

এ এছ পিৰ তথ্য অনুসৰি শিলগুটি নিক্ষেপত চাৰিজন আৰক্ষী আহত হোৱাৰ লগতে ৬খন চৰকাৰী বাহনকে ‎ধৰি ৮খন বাহনৰ ক্ষতিসাধন হৈছে। আৰক্ষীয়ে কয় যে এতিয়া অঞ্চলটো সম্পূৰ্ণ শান্ত।

Recent News

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd