• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘দুৰ্বল জীৱ-জন্তুক সমস্যা বুলি চিহ্নিত কৰিব নোৱাৰি’: দিল্লীৰ ৰাজপথৰ কুকুৰৰ ওপৰত ছুপ্ৰীম কোৰ্টৰ আদেশক লৈ ক্ষুব্ধ ৰাহুল গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2025 4:31 pm
77
VIEWS
Share on FacebookShare on Twitter

দুৰ্বল প্ৰাণীক ‘সমস্যা’ বুলি চিহ্নিৰ কৰিব নোৱাৰি। মানৱতাৰ পথৰ পৰা বিচ্যুত হৈ এই আদেশ দিয়া হৈছে। দিল্লীৰ ৰাজপথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক লৈ এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে।

ৰাহুলে নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘দুৰ্বল প্ৰাণীক সমস্যা বুলি চিহ্নিত কৰিব নোৱাৰি। আশ্ৰয় শিবিৰ, বন্ধ্যাকৰণ, টিকাকৰণ আৰু কুকুৰৰ যত্নৰ জৰিয়তে নিষ্ঠুৰতা অবিহনে পথসমূহ সুৰক্ষিত ৰখা সম্ভৱ।’ মন কৰিবলগীয়া যে, কংগ্ৰেছৰ সাংসদগৰাকী আৰু তেওঁৰ পৰিয়ালটো সদায় পশুপ্ৰেমী হিচাপে পৰিচিত। ২০১৭ চনত তেওঁ নিজৰ পোহনীয়া জন্তু সৰমেয়াক ‘পিডি’ ছ’চিয়েল মিডিয়াত দেখুৱাইছিল। সেই ভিডিঅ’ ভাইৰেল হৈ পৰিল। ২০২৩ চনত ৰাহুলে মাতৃ ছোনিয়া গান্ধীক উপহাৰ দিছিল এটা সৰমেয়া। যাৰ নাম ‘নূৰী’। সেই ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত।

উল্লেখ্য যে, দিল্লীত অঘৰী কুকুৰে কামোৰা লোকৰ সংখ্যা আতংকজনকভাৱে বৃদ্ধি পোৱা আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতিবেদনৰ ভিত্তিত সোমবাৰৰ পৰা উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ হয়। উচ্চতম ন্যায়ালয়ে দিল্লী-এনচিআৰ অঞ্চলৰ সকলো বিপথগামী কুকুৰক অনতিপলমে ধৰিব লাগে বুলি উল্লেখ কৰে। বীজাণুমুক্ত কৰি নিৰাপদ আশ্ৰয় শিবিৰলৈ পঠিয়াব লাগে। প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে যে বিপথগামী কুকুৰক প্ৰয়োজন সাপেক্ষে বলেৰে ধৰিব লাগে। যিকোনো ব্যক্তিয়ে তেওঁলোকক বাধা প্ৰদান কৰিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উচ্চতম ন্যায়ালয়ৰ তথ্য অনুসৰি সাধাৰণ মানুহক মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। পশুপ্ৰেমীক আদালতৰ প্ৰশ্ন হ’ল, বিপথগামী কুকুৰে কামোৰাৰ ফলত মৃত্যু হোৱা সকলক ঘূৰাই আনিব পাৰিবনে? গতিকে বিপথগামী কুকুৰক ৰাস্তাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই পেলাব লাগে। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতে এক বিতৰ্কৰ সৃষ্টি হয়। এনে পৰিস্থিতিত ৰাহুলে বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰে।

Recent News

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

দিল্লীৰ ব্যক্তিগত চুইমিং পুলত লোমহৰ্ষক কাণ্ড : দলৱদ্ধ ধ*ৰ্ষণৰ বলি দুগৰাকী নাবালিকা

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

মেঘালয়ত অবৈধ খনন বন্ধ কৰিবলৈ সময় সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে! ৪ সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

হাওঁ‌ফাওঁ‌ৰ কৰ্কটৰোগৰ কিছু কথা : ডাঃ বিক্ৰম কুমাৰ ডেকা

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

পেট ঠিকে থাকিলে সুস্থ থাকিব শৰীৰ : সুস্বাস্থ্যৰ আঁৰত লুকাই আছে এই ১০ টা বিশেষ অভ্যাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd