• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2025 9:30 pm
ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এফালে বজাৰত মূল্যবৃদ্ধিৰ জুই আনফালে চিকিৎসা সেৱাৰো মাচুল অভাৱনীয় হাৰত বৃদ্ধি ৰাজ্যৰ স্বাস্থ্য বিভাগৰ।

গুৱাহাটীস্থিত ৰাজ্যিক কৰ্কট প্রতিষ্ঠানে বৃদ্ধি কৰিছে চিকিৎসাৰ মাচুল।

ৰাজ্যিক কৰ্কট প্রতিষ্ঠানত এতিয়াৰ পৰা কোনো ৰোগীয়ে চিকিৎসা কৰিবলৈ গ’লে চিকিৎসাৰ পূৰ্বেই জমা দিব লাগিব ১০ হাজাৰ টকা। ৰোগীক ভৰ্তি কৰাবলগা হ’লে ভৰ্তি কৰাৰ পূৰ্বেই দিব লাগিব এই ধনৰাশি।

ঠিক তেনেদৰে ৰোগীৰ নামভৰ্তিৰ মাচুলো ৩৬০ টকালৈ বৃদ্ধি কৰা হৈছে। পূৰ্বতে ৰোগীৰ পঞ্জীয়নৰ বাবে ১০০ টকাকৈ লোৱা হৈছিল।

২০০ৰ পৰা ১৫০০ টকালৈ বৃদ্ধি কৰা হৈছে জেনেৰেল বিচনাৰ মাচুল। ৩০০০ ৰ পৰা ৪০০০ লৈ বৃদ্ধি কৰা হৈছে আই চি ইউৰ মাচুল। ছিংগল কেবিনৰ মাচুল ৩০০০ৰ পৰা ৪৫০০ টকালৈ বৃদ্ধি কৰা হৈছে। শ্বেয়াৰিং কেবিনৰ মাচুল ২ হাজাৰৰ পৰা ৩ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। লগতে পূৰ্বৰ বিনামূলীয়া কেমো বন্ধ কৰি দিছে কৰ্কট প্রতিষ্ঠানটোৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans
ADVERTISEMENT

Recent News

বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

August 13, 2025 3:11 pm
আঠ বছৰৰ ভিতৰত আটাইতকৈ নিম্ন মুদ্ৰাস্ফীতিৰ হাৰ! ৪%ৰ তললৈ নামিল খুচুৰা মুদ্ৰাস্ফীতি

আঠ বছৰৰ ভিতৰত আটাইতকৈ নিম্ন মুদ্ৰাস্ফীতিৰ হাৰ! ৪%ৰ তললৈ নামিল খুচুৰা মুদ্ৰাস্ফীতি

August 13, 2025 3:11 pm
মুনীন বৰকটকী স্মাৰক ন্যাসৰ ফেলশ্বিপ : লেখক-লেখিকাৰ পৰা পাণ্ডুলিপিৰ আহ্বান

মুনীন বৰকটকী স্মাৰক ন্যাসৰ ফেলশ্বিপ : লেখক-লেখিকাৰ পৰা পাণ্ডুলিপিৰ আহ্বান

August 13, 2025 3:06 pm
অসম চৰকাৰক স্থানান্তৰিত গছৰ অৱস্থাৰ প্ৰতিবেদন দিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসম চৰকাৰক স্থানান্তৰিত গছৰ অৱস্থাৰ প্ৰতিবেদন দিবলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 13, 2025 2:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

August 13, 2025 3:11 pm
আঠ বছৰৰ ভিতৰত আটাইতকৈ নিম্ন মুদ্ৰাস্ফীতিৰ হাৰ! ৪%ৰ তললৈ নামিল খুচুৰা মুদ্ৰাস্ফীতি

আঠ বছৰৰ ভিতৰত আটাইতকৈ নিম্ন মুদ্ৰাস্ফীতিৰ হাৰ! ৪%ৰ তললৈ নামিল খুচুৰা মুদ্ৰাস্ফীতি

August 13, 2025 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd