• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপি নেতাৰ বাবে দুখন ভোটাৰ কাৰ্ড! নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে তেজস্বীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2025 3:11 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰ বিধানসভাৰ নির্বাচনত বিজেপিৰ হৈ জয়ী হ’বলৈ নির্বাচন আয়োগে কাৰ্যতঃ ডকাইতিৰ দৰে কাম আৰম্ভ কৰিছে৷ বুধবাৰে সংবাদ মাধ্যমৰ সন্মুখত এনে অভিযোগ উত্থাপন কৰে আৰজেডিৰ বিধায়ক তেজস্বী যাদৱে। তেওঁ অভিযোগ কৰে যে বিজেপিৰ নেতা-কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক নিৰ্বাচিতভাৱে দুটা ভিন্ন ইপিআইচি নম্বৰৰ ভোটাৰ কাৰ্ড দিয়া হৈছে। তেওঁৰ এই দাবীৰ সমৰ্থনত সংবাদ মাধ্যমৰ সন্মুখত প্ৰমাণ দাখিল কৰে তেজস্বীয়ে। এছ আই আৰক লৈ বিতৰ্কৰ মাজতে তেজস্বীৰ এই অভিযোগে নতুন আলোড়নৰ সৃষ্টি কৰিছে।

তেজস্বীয়ে কয়, “বিজেপিৰ এগৰাকী ডাঙৰ নেত্ৰী হৈছে নিৰ্মলা দেৱী। তেওঁ মুজাফ্ফৰপুৰৰ মেয়ৰ। তেওঁৰ ইপিআইচি নম্বৰ থকা দুখন বেলেগ বেলেগ ভোটাৰ কাৰ্ড আছে, ক্ৰমে- REM1251917 আৰু GSB1835164। একেখন বিধানসভাৰ দুটা বেলেগ বেলেগ বুথত দুখন ভোটাৰ কাৰ্ড দিয়া হৈছে। ইপিআইচি নম্বৰৰ লগতে তেওঁৰ বয়সো বৰ্ষত বেলেগ।”

Apply Now

কাৰ্ড দুখন মহিলাগৰাকীয়ে এছ আই আৰত দুখন বেলেগ বেলেগ ফৰ্ম পূৰণ কৰিছিল যাৰ জৰিয়তে মহিলাগৰাকীয়ে দুখন ভোটাৰ কাৰ্ড পাইছিল। তেজস্বীয়ে অভিযোগ কৰে যে, “নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ সহযোগত বিজেপিয়ে ভোট-ৰিগিং আৰম্ভ কৰিছে। যদি নিৰ্বাচন আয়োগে নিজেই এই দুৰ্নীতি কৰিছে, তেন্তে SIR ৰ অৰ্থ কি? এই ঘটনা এটা নহয়, সমগ্ৰ বিহাৰতে এনে বহু ঘটনা বিয়পি আছে।”

কেৱল সেয়াই নহয়, তেজস্বী যাদৱে অভিযোগ কৰে যে নিৰ্বাচনৰ পূৰ্বে আন ৰাজ্যৰ লোকে বিহাৰলৈ ভোট দিবলৈ আহিছে। তেওঁ অভিযোগ কৰে, “গুজৰাটত বিজেপিৰ ডাঙৰ দায়িত্বত আছে বিখুভাই দলছানিয়া। শেহতীয়াকৈ তেওঁ পাটনাৰ ভোটাৰ হৈ পৰিছে। অৱশ্যে ২০২৪ চনত গুজৰাটৰ পৰা ভোটদান কৰিছিল। গুজৰাটৰ ভোটাৰ তালিকাৰ পৰা নাম বাদ দি পাটনালৈ আহিছিল। অৱশ্যে নিয়ম অনুসৰি ৫ বছৰৰ আগতে এই কাম কৰিব নোৱাৰি। কিন্তু আচৰিত কথাটো হ’ল তেওঁ নিজৰ নাম আৰু ঠিকনা সলনি কৰি লৈ গুচি গৈছে।”

মন কৰিবলগীয়া যে বিহাৰত SIR আৰম্ভ হোৱাৰ পৰাই বিৰোধী শিবিৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। বিজেপিৰ লাভৰ বাবে SIRৰ নামত ভোটাৰক অনৈতিকভাৱে বাদ দিয়াৰ অভিযোগ উত্থাপন হৈছে। জীৱিত মানুহক মৃত বুলি দেখুওৱা হৈছে। এই বিষয়ত উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছে। মঙলবাৰে উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানিৰ সময়ত মৃত বুলি ভোটাৰ তালিকাৰ পৰা বাদ পৰা বহু লোকক আদালতত হাজিৰ কৰা হয়। এইবাৰ তথ্য আৰু প্ৰমাণ লৈ বিজেপিৰ এই ভোট চুৰিৰ বিৰুদ্ধে মাত মাতিছে তেজস্বী যাদৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd