• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব’, চীনৰ আগ্ৰাসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নিকি হেলিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2025 5:54 pm
143
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই পৰিস্থিতিত ভাৰতে দীৰ্ঘদিনীয়া ‘বাণিজ্যিক বন্ধু’ ৰাছিয়াৰ ওচৰ চাপিছে।

বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মস্কোৰ সৈতে অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ বাৰ্তা প্ৰদান কৰে। একে সময়তে ৰাষ্ট্ৰসংঘত আমেৰিকাৰ প্ৰাক্তন প্ৰতিনিধি নিকি হেলিয়ে ট্ৰাম্পৰ শুল্ক যুদ্ধই ভাৰত-আমেৰিকাৰ সম্পৰ্ক নিম্ন স্তৰলৈ লৈ যাব বুলি আশংকা প্ৰকাশ কৰে। ফলত বিশ্বব্যাপী বাণিজ্যৰ লেকাম আৰু অধিক চীনৰ হাতলৈ যাব পাৰে।

Apply Now

আমেৰিকাৰ এখন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি নিকিয়ে কয় যে চীন আৰু ভাৰতক কেতিয়াও একে ব্যৱহাৰ কৰা উচিত নহয়। ট্ৰাম্প প্ৰশাসনে শুল্ক বা ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিত আমেৰিকাৰ ভূমিকাক লৈ বিশ্বৰ দুই বৃহৎ গণতন্ত্ৰৰ মাজত বিভাজনৰ সৃষ্টি কৰা উচিত নহয়।

অৱশ্যে কূটনীতিৰ জৰিয়তে চীনক পৰাস্ত কৰা আৰু শক্তিৰ জৰিয়তে শান্তি অৰ্জন কৰাটো আমেৰিকা-ভাৰতৰ সম্পৰ্ক মসৃণ পথলৈ ঘূৰাই অনাতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি কয় নিকিয়ে।

উল্লেখ্য যে বৃহস্পতিবাৰেই মস্কে ভ্ৰমণত ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰভৰ কাষত বহি থকা জয়শংকৰে কয় যে, “অধিক কাম কৰা আৰু কামবোৰ বেলেগ ধৰণে কৰাটো আমাৰ মন্ত্ৰ হ’ব লাগে।”

তেওঁ স্পষ্টভাৱে কয় যে, “আমি শুল্ক আৰু অন্যান্য বাধা অবিহনে যোগানৰ সুবিধা প্ৰদান কৰিব লাগিব। আমি আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ, উত্তৰ সাগৰীয় পথ আৰু চেন্নাই-ভ্লাডিভষ্টক কৰিডৰৰ জৰিয়তে সংযোগ বৃদ্ধি কৰিব লাগিব। ইয়াৰ উপৰিও আমি উভয় দিশৰ কোম্পানীসমূহৰ মাজত বিত্তীয় বিনিময় মসৃণ কৰিব লাগিব।”

বৈদেশিক মন্ত্ৰীগৰাকীয়ে শেহতীয়া বৈঠকত মস্কোৱে মুক্ত বাণিজ্য চুক্তিৰ চৰ্তসমূহ চূড়ান্ত কৰা বুলি নিশ্চিত কৰে। ইয়াক এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে জয়শংকৰে।

ইপিনে, ট্ৰাম্পৰ ৰোষ মোকাবিলা কৰিবলৈ ভাৰতৰ উদাৰ ‘বন্ধু’ পুটিনে ৰাছিয়াত তেলৰ ক্ষেত্ৰত অধিক ৰেহাই দিছে! মন কৰিবলগীয়া যে যোৱা মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। তাৰ পিছত ৰাছিয়াৰ তেল আমদানিৰ ‘অপৰাধ’ৰ বাবে ভাৰতৰ ওপৰত আৰু ২৫ শতাংশ শুল্ক আৰোপ কৰা হয়। এনে পৰিস্থিতিত বুধবাৰে জানিব পৰা গৈছে যে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ বাবে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ তেল অৰ্ডাৰ কৰা হৈছে। ইয়াৰ কাৰণ হ’ল শেহতীয়াকৈ উৰালৰ তেলত প্ৰতি বেৰেলত তিনি ডলাৰৰ ৰেহাই দিয়া হৈছে। হিচাপ অনুসৰি এই ৰেহাই ৫ শতাংশ।

প্ৰসংগক্ৰমে ভাৰতে প্ৰতিদিনে লাখ লাখ বেৰেল তেল আমদানি আৰু ব্যৱহাৰ কৰে। ফলত প্ৰতি বেৰেলত তিনি ডলাৰ ৰেহাই দিলে শেষত ভাৰতৰ বাবে বিপুল পৰিমাণৰ ৰাহি হ’ব। এই খৰচৰ ফলত দেশৰ বৈদেশিক মুদ্ৰাৰ ব্যয়ো হ্ৰাস পাব। এই লাভৰ কথাবোৰ মনত ৰাখি ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰা তেলৰ পৰিমাণ আৰু অধিক বৃদ্ধি কৰিছে। অৱশ্যে এই সন্দৰ্ভত কোনো পক্ষই আনুষ্ঠানিকভাৱে একো কোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd