• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ব্যক্তিগতকৰণৰ ফল! যোৱা ৫ বছৰত লাখ লাখ কেন্দ্ৰীয় এজেন্সীৰ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2025 11:45 am
83
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদী চৰকাৰ যুগত ব্যক্তিগতকৰণৰ নতুন কথা নহয়। এতিয়া ব্যক্তিগতকৰণৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ লোকসভাত দাখিল কৰা তথ্যৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা বিভিন্ন চৰকাৰী উদ্যোগত যোৱা পাঁচ বছৰত লাখ লাখ লোকে চাকৰি হেৰুৱাইছে বুলি পোহৰলৈ আহিছে।

মঙলবাৰে লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্যিক মন্ত্ৰী বি এল ভাৰ্মাই। কেন্দ্ৰৰ অধীনস্থ বিভিন্ন চৰকাৰী উদ্যোগ (কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ বা চিপিএছই)ৰ বিনিয়োগ আৰু ব্যক্তিগতকৰণক এই কাৰণতে জগৰীয়া কৰে। এইটো এটা চৰকাৰী উদ্যোগ। কোনো সংস্থাত যদি কেন্দ্ৰৰ ৫১ শতাংশ বা তাতকৈ অধিক মূলধন থাকে তেন্তে সেয়া কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ।

Apply Now

তামিলনাডুৰ চিপিআই(এম)ৰ সাংসদ সচিথানন্থমে সংসদত জানিব বিচাৰিছিল যে চিপিএছইৰ ব্যক্তিগতকৰণৰ ফলত বিগত পাঁচ বছৰত কিমানজনে চাকৰি হেৰুৱাইছে। ইয়াৰ উপৰিও অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীয়ে চাকৰি হেৰুৱাইছে।

আজি সংসদত একে তথ্য দাখিল কৰে ৰাজ্যিক মন্ত্ৰী বি এল ভাৰ্মাই। তেওঁ কয় যে কেন্দ্ৰৰ নিয়মীয়া কৰ্মচাৰীৰ সংখ্যা ২০১৯-২০ চনত ৯.২ লাখৰ পৰা ২০২০-২১ চনত ৮.৬ লাখলৈ হ্ৰাস পাইছে। ২০২১-২২ চনত ৮.৩৯ লাখ আছিল। ২০২৩-২৪ চনত কেন্দ্ৰৰ নিয়মীয়া কৰ্মচাৰীৰ সংখ্যা আছিল ৮.১২ লাখ।

অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কৰ্মচাৰীৰ সংখ্যাও হ্ৰাস পাইছে। কিন্তু অ’বিচিৰ কৰ্মচাৰীৰ সংখ্যা ১.৯৯ লাখৰ পৰা ২.১৩ লাখলৈ বৃদ্ধি পাইছে।

মোডী চৰকাৰৰ কাৰ্যকালত কেইবাটাও চৰকাৰী সম্পত্তি ব্যক্তিগতকৰণৰ অভিযোগ উত্থাপন হৈছে। ৰে’লৰ পৰা বিমান পৰিবহণলৈ, কয়লাৰ পৰা এল আই চিলৈকে কেন্দ্ৰই আনকি সৈনিক বিদ্যালয়ৰ ব্যক্তিগতকৰণৰ দিশত আগবাঢ়িছে। ইতিমধ্যে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ (পিপিপি)ৰ অধীনত সমগ্ৰ দেশতে কেইবাখনো সৈনিক বিদ্যালয় স্থাপন কৰা হৈছে। ফলত কৰ্মচাৰীসকলৰ ওপৰত অতিৰিক্ত কৰ্মৰ চাপ পৰিছে আৰু চাকৰিৰ পৰা অবাধে কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছে।ইয়াৰ পূৰ্বে ১০ ডিচেম্বৰত ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰই কয় যে ২০১৪-১৫ চনৰ পৰা ২০২৪ চনৰ ডিচেম্বৰলৈকে ব্যক্তিগতকৰণকে ধৰি বিভিন্ন পদ্ধতি আৰু ব্যৱস্থাৰ জৰিয়তে ৪,৩৬,৭৪৮ কোটি টকা সংগ্ৰহ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd