• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 26, 2025 6:39 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৈতিক দায়িত্বৰ স্বাৰ্থত ৰাইজৰ কাষত থিয় হোৱা নে নিৰ্বাচনৰ পূৰ্বে জনসংযোগ বৃদ্ধি কৰাৰ নতুন প্ৰচেষ্টা! কাৰণ যিয়েই নহওক, তামিলনাডু চিপিএমৰ ঘোষণাই ৰাজনৈতিক মহলত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। তামিলনাডুত চিপিএম-এ ঘোষণা কৰিছে যে ৰাজ্যৰ কোনো প্ৰান্তত যদি আন্তঃজাতিগত বিবাহৰ ক্ষেত্ৰত কোনো বাধা আহি পৰে, তেন্তে দলটোৱে ইয়াৰ সুবিধা প্ৰদান কৰিব। এনে বিবাহৰ বাবে দলীয় কাৰ্যালয়ৰ দুৱাৰ মুকলি কৰা হ’ব।

আচলতে যোৱা কেইবছৰমানৰ পৰা তামিলনাডুত জাতিভিত্তিক হিংসা বাঢ়িছে। এবছৰত কেৱল তামিলনাডুৰ তিৰুনেলভেলী জিলাতে জাতি বিভাজন কেন্দ্ৰ কৰি ২৪০টা হত্যাকাণ্ড সংঘটিত হৈছে। কিছুদিন পূৰ্বে সেই তিৰুনেলভেলী জিলাত চিপিএমৰ আন্তঃজাতিগত বিবাহৰ বাবে দলীয় কাৰ্যালয় খুলিছিল। নিম্নবৰ্ণৰ কইনাৰ সৈতে উচ্চবৰ্ণৰ কইনাৰ বিয়া সেই দলৰ কাৰ্যালয়তে কৰা হৈছিল। যদিও তাৰ বাবে চিপিএমৰ নেতৃত্বই কন্যাৰ পৰিয়ালৰ ৰোষৰ সন্মুখীন হ’বলগীয়া হয়। সমগ্ৰ দলৰ কাৰ্যালয় ভাঙি পেলোৱা হয়।

Apply Now

তামিলনাডু চিপিএমৰ ৰাজ্যিক সম্পাদক পি ছানমুগামে কয় যে, “তিৰুনেলভেলীত থকা আমাৰ দলীয় কাৰ্যালয় ভাঙি পেলোৱা হৈছিল। কিন্তু আমাক সেইটোৱে ভয় খুৱাব পৰা নাছিল। এতিয়া আমি সিদ্ধান্ত লৈছো যে আমি সমগ্ৰ ৰাজ্যৰ সকলো দলীয় কাৰ্যালয়তে এনে বিবাহ সম্পন্ন কৰিম। বৰ্ণবাদৰ বিৰুদ্ধে যুঁজত এইটো গুৰুত্বপূৰ্ণ।” পৰিসংখ্যাই দেখুৱাইছে যে তামিলনাডুত জাতিৰ নামত সংঘটিত হোৱা অধিকাংশ হত্যাকাণ্ড প্ৰেমৰ লগত জড়িত। গতিকে এনে দম্পতীক বিয়া কৰাবলৈও জনসংযোগৰ মাধ্যম হিচাপে চাব পাৰি। মন কৰিবলগীয়া যে তামিলনাডুত চিপিএম আৰু চিপিআই ডিএমকে নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটৰ সদস্য। ইতিমধ্যে দুয়োপক্ষই মুখ্যমন্ত্ৰী ষ্টেলিনক আন্তঃজাতিগত বিবাহ ৰোধৰ বাবে কঠোৰ আইন আনিবলৈ অনুৰোধ জনাইছে। দৰাচলতে অহা বছৰৰ নিৰ্বাচনৰ পূৰ্বে জাতিৰ বিৰুদ্ধে যুঁজখনক আহিলা হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে চিপিএমে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd