• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাহুল গান্ধীৰ ৰেলীত নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে অশালীন মন্তব্যঃ বিহাৰ বিজেপিৰ এজাহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2025 9:55 am
ৰাহুল গান্ধীৰ ৰেলীত নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে অশালীন মন্তব্যঃ বিহাৰ বিজেপিৰ এজাহাৰ
231
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰত ৰাহুল গান্ধীৰ ‘ভোটাৰ আধিকাৰ যাত্ৰা’ক লৈ পুনৰ গৰম বিহাৰৰ ৰাজনীতি। অভিযোগ অনুসৰি দৰভংগাৰ এখন মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লোৱা হৈছিল। বৃহস্পতিবাৰে বিজেপিয়ে দাবী কৰিছিল যে এই ঘটনাৰ বাবেই আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ‘ইণ্ডিয়া ব্লক’ মিত্ৰজোঁটক ৰাইজে শাস্তি প্ৰদান কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘটনাক “দেশৰ গণতন্ত্ৰৰ দাগ” বুলি অভিহিত কৰে।

বুধবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এটা ভিডিঅ’, য’ত কোনোবাই মঞ্চৰ পৰাই মোদীৰ প্ৰতি গালি-গালাজ কৰা দেখা গৈছে। অৱশ্যে এই ভিডিঅ’টোৰ সত্যতা সত্যতা নৰ্থইষ্ট নাৱে পৰীক্ষা কৰা নাই । সেইদিনা ৰাহুল, প্ৰিয়ংকা গান্ধী আৰু আৰজেডি নেতা তেজস্বী যাদৱ দৰভংগাৰ পৰা মটৰবাইকেৰে মুজাফ্ফৰপুৰলৈ ৰাওনা হয়।

এই ঘটনাৰ প্ৰতিবাদত বিহাৰ বিজেপিয়ে পাটনা কোতৱালি থানাত এফআইআৰ দাখিল কৰিছে। দলটোৰ জিলা সভাপতি আদিত্য নাৰায়ণ ঝা মান্নাই কয় যে, “কাণ্ডৰ প্ৰমাণ সংগ্ৰহ কৰা হৈছে। আমি দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা বিচাৰো।”

অমিত শ্বাহে এক্সত লিখিছে, “দৰভংগাৰ মঞ্চৰ পৰা প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ প্ৰয়াত মাতৃক লৈ কৰা অশ্লীল মন্তব্য কেৱল নিন্দনীয়ই নহয়, দেশৰ গণতন্ত্ৰৰ বাবেও  কৰা এক অপমান।”

উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে আৰজেডি সমৰ্থকে কৰা ‘দাদাগিৰি’ বুলি অভিহিত কৰিছে। তেওঁ কয়, “কংগ্ৰেছে ক্ষমতাৰ লোভত এনে অৰাজকতাক মানি লৈছে। কিন্তু বিহাৰৰ জনসাধাৰণে ভাৰত মিত্ৰজোঁটক ক্ষমা নকৰে।” কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়েও ৰাহুল আৰু তেজস্বীক ক্ষমা খুজিবলৈ কয়।

আনহাতে, কংগ্ৰেছৰ মুখপাত্ৰ অসিত নাথ তিৱাৰীয়ে দাবী কৰে যে বিজেপিয়ে সদায় অপমানৰ ৰাজনীতিত লিপ্ত হৈ আহিছে।

আৰজেডিৰ মুখপাত্ৰ মৃণাল তিৱাৰীয়ে কয় যে, ‘তদন্তত যিকোনো দলৰ সমৰ্থকে কৰা মন্তব্যৰ আঁৰৰ উদ্দেশ্য পোহৰলৈ আহিব। সদায় বিজেপিয়েই ভদ্ৰ ৰাজনৈতিক ভাষাৰ সীমা অতিক্ৰম কৰে, ইণ্ডিয়া মিত্ৰজোঁটে নহয়।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ৰ অঘৰী কুকুৰবোৰ হিংস্ৰ, আতংকিত লোক! উচ্চতম ন্যায়ালয়ক কি অনুৰোধ জনালে উচ্চ ন্যায়ালয়ে?

মেঘালয়ৰ অঘৰী কুকুৰবোৰ হিংস্ৰ, আতংকিত লোক! উচ্চতম ন্যায়ালয়ক কি অনুৰোধ জনালে উচ্চ ন্যায়ালয়ে?

September 1, 2025 2:26 pm
হেকাৰৰ ‘লক্ষ্য’ ২৫ কোটি জিমেইল একাউণ্ট! Google-য়ে জাৰি কৰিলে সতৰ্কতা

হেকাৰৰ ‘লক্ষ্য’ ২৫ কোটি জিমেইল একাউণ্ট! Google-য়ে জাৰি কৰিলে সতৰ্কতা

September 1, 2025 12:53 pm
দেহৰ বৰণক লৈ অসন্তুষ্ট স্বামীয়ে জ্বলাই হত্যা কৰিছিল পত্নীক; মৃত্যুদণ্ডৰ শাস্তি বিহিলে আদালতে

দেহৰ বৰণক লৈ অসন্তুষ্ট স্বামীয়ে জ্বলাই হত্যা কৰিছিল পত্নীক; মৃত্যুদণ্ডৰ শাস্তি বিহিলে আদালতে

September 1, 2025 11:41 am
আফগানিস্তানত প্ৰবল ভূমিকম্প, কমেও ২৫০জনৰ মৃত্যু; দিল্লী আৰু উত্তৰ ভাৰততো অনুভূত কম্পন

আফগানিস্তানত প্ৰবল ভূমিকম্প, কমেও ২৫০জনৰ মৃত্যু; দিল্লী আৰু উত্তৰ ভাৰততো অনুভূত কম্পন

September 1, 2025 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ৰ অঘৰী কুকুৰবোৰ হিংস্ৰ, আতংকিত লোক! উচ্চতম ন্যায়ালয়ক কি অনুৰোধ জনালে উচ্চ ন্যায়ালয়ে?

মেঘালয়ৰ অঘৰী কুকুৰবোৰ হিংস্ৰ, আতংকিত লোক! উচ্চতম ন্যায়ালয়ক কি অনুৰোধ জনালে উচ্চ ন্যায়ালয়ে?

September 1, 2025 2:26 pm
হেকাৰৰ ‘লক্ষ্য’ ২৫ কোটি জিমেইল একাউণ্ট! Google-য়ে জাৰি কৰিলে সতৰ্কতা

হেকাৰৰ ‘লক্ষ্য’ ২৫ কোটি জিমেইল একাউণ্ট! Google-য়ে জাৰি কৰিলে সতৰ্কতা

September 1, 2025 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd