• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষুব্ধ ট্ৰাম্প! ৰাষ্ট্ৰপতিৰ অধিকাংশ শুল্ককে অবৈধ বুলি ঘোষণা কৰিলে আমেৰিকাৰ এখন আদালতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2025 8:44 am
87
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ এখন আদালতে ৰায় দিছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰোপ কৰা শুল্কসমূহৰ অধিকাংশই অবৈধ। এই ৰায়দানৰ পিছতো ট্ৰাম্পে আৰোপ কৰা সকলো শুল্ক ১৪ অক্টোবৰলৈকে কাৰ্যকৰী হৈ থাকিব।

এই সময়ছোৱাত ট্ৰাম্প প্ৰশাসনক উচ্চতম ন্যায়ালয়ত এই ৰায়ক প্ৰত্যাহ্বান জনোৱাৰ সুযোগ দিয়া হ’ব। উল্লেখ্য যে ট্ৰাম্পে ভাৰতকে ধৰি বহু দেশৰ বিৰুদ্ধে এই শুল্কক অৰ্থনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল।

Apply Now

ৱাশ্বিংটন ডি চিৰ ফেডাৰেল চাৰ্কিট কোৰ্ট অৱ আপীলে শুল্ক গোচৰৰ ৰায়দানত কয় যে ট্ৰাম্পে এই শুল্ক আৰোপ কৰি নিজৰ ক্ষমতাৰ সীমা অতিক্ৰম কৰিছে। যোৱা এপ্ৰিল মাহত ঘোষণা কৰা ‘পাৰস্পৰিক শুল্ক’ আৰু চীন, মেক্সিকো আৰু কানাডাৰ বিৰুদ্ধে পৃথক শুল্কৰ বিৰুদ্ধে এই ৰায়দান কৰা হৈছে।

ইপিনে, ষ্টীল আৰু এলুমিনিয়ামৰ দৰে সামগ্ৰীৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা শুল্ক এই ৰায়দানৰ দ্বাৰা প্ৰভাৱিত নহ’ব। উল্লেখ্য যে ট্ৰাম্পে জৰুৰীকালীন ক্ষমতা আইনৰ অধীনত ভাৰতকে ধৰি বিভিন্ন দেশৰ বিৰুদ্ধে এই শুল্ক আৰোপ কৰিছিল।

আনহাতে, আমেৰিকাৰ আপীল আদালতৰ ৰায়ৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে এই ৰায়ক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হ’ব। এই ৰায়দান ‘সম্পূৰ্ণ দুৰ্যোগ’ বুলিও তেওঁ কয়।

তেওঁ কয়, ‘আজি অতি পক্ষপাতদুষ্ট আপীল আদালতে ভুলকৈ ক’লে যে আমি শুল্ক উঠাব লাগে। কিন্তু তেওঁলোকে জানে যে শেষত আমেৰিকাই জয়ী হ’ব। যদি কেতিয়াবা এই শুল্ক উঠাই লোৱা হয় তেন্তে সেয়া দেশৰ বাবে সম্পূৰ্ণ দুৰ্যোগৰ সৃষ্টি হ’ব। ই আমাক আৰ্থিকভাৱে দুৰ্বল কৰি তুলিব।’

ট্ৰাম্পে কয়, ‘শুল্কৰ বাবেই আমেৰিকাই বৃহৎ বাণিজ্যিক ঘাটিৰ সন্মুখীন হৈছে। আমেৰিকাই আৰু আন দেশৰ দ্বাৰা আৰোপ কৰা অন্যায় শুল্ক সহ্য নকৰে। বন্ধু হওক বা শত্ৰু, আমাৰ উদ্যোগ, আমাৰ কৃষকক শোষণ কৰাসকলক আমি সহ্য নকৰো। সকলোৱে মনত ৰখা উচিত যে শুল্ক হৈছে আমাৰ শ্ৰমিকসকলক সহায় কৰাৰ আটাইতকৈ ডাঙৰ আহিলা। উচ্চতম ন্যায়ালয়ৰ সহায়ত আমি আমেৰিকাক পুনৰ ধনী, ক্ষমতাশালী আৰু শক্তিশালী কৰি তুলিম!’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd