• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2025 6:30 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা দাবী ভাইৰেল হৈছে যে, ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০-৬৫০ কেলৰি জ্বলি যায়! কিন্তু সেয়া সঁচাকৈয়ে সঁচা নেকি? চিকিৎসকে কি কয়?

৩ ছেপ্টেম্বৰত ইনষ্টাগ্ৰামত এটা ভিডিঅ’ত এনাস্থেচিয়া আৰু ইন্টাৰভেনচনেল পেইন মেডিচিন বিশেষজ্ঞ কুনাল ছুদে এই বিভ্ৰান্তিৰ বিষয়ে কিছু তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে, যদিও শৰীৰে তেজৰ অভাৱ পূৰণৰ বাবে শক্তিৰ ব্যৱহাৰ কৰে, তথাপিও ইয়াক সাধাৰণ অৰ্থত কেলৰি বাৰ্ন বা ওজন কমাব পৰা মিথ বুলি ক’ব নোৱাৰি। অৰ্থাৎ এই তথ্যৰ আচলতে কোনো বৈজ্ঞানিক ভিত্তি নাই।

ডাঃ ছুডে কয় যে, ‘বহুতে শুনিছে যে তেজ দান কৰিলে ৫০০ কেলৰি নাইকিয়া কৰে। যদিও ই ভাল যেন লাগে, এই দাবীক সমৰ্থন কৰিব পৰা কোনো বৈজ্ঞানিক প্ৰমাণ নাই। শৰীৰে শক্তি ব্যৱহাৰ কৰি নতুন ৰক্তকণিকা সৃষ্টি কৰে। কিন্তু ই জিমলৈ গৈ কেলৰি জ্বলোৱাৰ দৰে নহয়।’

তেওঁ বুজাইছে যে ৰক্তদানৰ সময়ত শৰীৰে প্ৰায় ২.৫ ট্ৰিলিয়ন ৰক্তকণিকা হেৰুৱাই পেলায়। সেই কোষবোৰ হাড়ৰ মজ্জাত পুনৰুত্পাদন হৈ প্ৰতি ছেকেণ্ডত প্ৰায় ২০ লাখ নতুন ৰক্তকণিকা উৎপন্ন হয়। এই প্ৰক্ৰিয়াটোৰ বাবে নিজেই বহু শক্তিৰ প্ৰয়োজন হয় যদিও ই কেলৰি ব্যয়ৰ সৈতে প্ৰত্যক্ষভাৱে সমান নহয়।

ৰক্তদানৰ প্ৰকৃত লাভ কি?

ডাঃ ছুদৰ মতে- ৰক্তদানৰ প্ৰকৃত উপকাৰ আন ঠাইত নিহিত হৈ আছে। শৰীৰত অতিৰিক্ত আইৰণ কমি যায় আৰু হৃদৰোগৰ সম্ভাৱনা কমি যায়। ফলত ৰক্তদানক কেতিয়াও ওজন কমোৱাৰ উপায় হিচাপে গণ্য কৰা উচিত নহয়, বৰঞ্চ সমাজ আৰু স্বাস্থ্যৰ প্ৰতি ইয়াৰ প্ৰকৃত অৱদানক গুৰুত্ব দিয়া উচিত।

তেওঁ কয়, ‘ৰক্তদান ওজন কমাব পৰা কৌশল নহয়। কিন্তু ইয়াৰ স্বাস্থ্যৰ বহু উপকাৰ আছে।আইৰণ নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি হৃদৰোগ প্ৰতিৰোধ কৰালৈকে।গতিকে ইয়াক জিম বা ব্যায়ামৰ বিকল্প হিচাপে বিবেচনা কৰি লাভ নাই।বৰঞ্চ ই এক অসাধাৰণ কাৰ্য্য যিয়ে আনৰ জীৱন ৰক্ষা কৰে।”

ইনষ্টাগ্ৰাম পোষ্টটোৰ কেপচনত তেওঁ লগতে লিখিছে, “আপোনাৰ শৰীৰে পুনৰ তেজ তৈয়াৰ কৰাৰ কাম কৰে, কিন্তু ই জনপ্ৰিয় বিশ্বাসৰ দৰে কেলৰি জ্বলোৱা নাই। আচলতে ই ব্যায়ামৰ সৈতে একে নহয়।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

September 5, 2025 5:10 pm
লাইটাৰত  গোপন কেমেৰা : মহিলাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ পাইলট

লাইটাৰত  গোপন কেমেৰা : মহিলাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ পাইলট

September 5, 2025 4:19 pm
বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

September 5, 2025 3:19 pm
ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

September 5, 2025 2:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

September 5, 2025 5:10 pm
লাইটাৰত  গোপন কেমেৰা : মহিলাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ পাইলট

লাইটাৰত  গোপন কেমেৰা : মহিলাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ পাইলট

September 5, 2025 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd