• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2025 5:10 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমে তেওঁ কৈছিল হনুমান আদিবাসী। এতিয়া তেওঁ কৈছে যে আদিবাসীসকল হিন্দু নহয়। মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বনমন্ত্ৰী উমাং সিংঘৰৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। কংগ্ৰেছ নেতাগৰাকীক তীব্ৰ আক্ৰমণ কৰিছে বিজেপিয়ে।

ছিণ্ডৱাৰা জনজাতি উন্নয়ন পৰিষদৰ বৈঠক আৰু ৰাষ্ট্ৰীয় কৰমদাৰ পূজা কাৰ্যসূচীত ভাষণ দি কংগ্ৰেছ নেতাগৰাকীয়ে শাসকীয় দলটোক পোনপটীয়াকৈ আক্ৰমণ কৰে। বিজেপি আৰু আৰ এছ এছে আদিবাসী সমাজৰ ওপৰত হিন্দু পৰিচয় জাপি দিবলৈ চেষ্টা চলাইছে বুলি দাবী কৰে সিংঘৰে।

Apply Now

সিংঘৰে কয়, “মই বহুবাৰ কৈছো যে আদিবাসী হিন্দু নহয়। এয়া মোৰ বিশ্বাস আৰু আদিবাসী সমাজৰ অনুভৱ। আমাৰ নিজস্ব ৰীতি-নীতি, সংস্কৃতি আৰু জীৱন-ধাৰণৰ পদ্ধতি আছে। যদি আমি শস্য, গছ-গছনি আৰু প্ৰকৃতিক পূজা কৰো, তেন্তে বিজেপিৰ সমস্যা কিয় হ’ব?”

তেওঁ দাবী কৰে যে ইতিহাসে আদিবাসীসকলক দেশৰ আদিবাসী হিচাপে দেখুৱাইছে। তেওঁ অভিযোগ কৰে যে আৰ এছ এছে আদিবাসীসকলক তেওঁলোকৰ পৰম্পৰা আৰু সংস্কৃতিৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছে।

সিংঘৰে নিজৰ বক্তব্যৰ পক্ষ লৈ দাবী কৰে যে তেওঁৰ বক্তব্য কোনো বিশেষ ধৰ্মৰ ওপৰত আক্ৰমণ নহয়। তেওঁ কয়, ‘আমি কাকো অসন্মান নকৰো। মই হিন্দু ধৰ্ম বিশ্বাস কৰোঁ। কিন্তু বিজেপিয়ে তেওঁলোকৰ এজেণ্ডা আদিবাসীসকলৰ ওপৰত প্ৰয়োগ কৰিব বিচাৰে। অথচ আজিলৈকে কোনো জনজাতীয় ব্যক্তি আৰএছএছৰ মুৰব্বী হোৱা নাই।”

এই মন্তব্যক তীব্ৰ সমালোচনা কৰিছে বিজেপিয়ে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী দুৰ্গাদাস উইকে কয়, “সিংহৰৰ মন্তব্য সামাজিক সম্প্ৰীতি আৰু ঐক্যৰ বাবে ক্ষতিকাৰক।” উইকে কয়, “এই বক্তব্য সমাজখনক বিভাজিত কৰাৰ প্ৰয়াস। তেওঁ আদিবাসী সমাজৰ ওচৰত ক্ষমা খুজিব লাগে।”প্ৰসংগক্ৰমে ভাৰতৰ ভিতৰতে মধ্যপ্ৰদেশত আদিবাসীৰ জনসংখ্যা সৰ্বাধিক। ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ২১ শতাংশ জনজাতীয় লোক। ৰাজ্যখনৰ ২৩০খন বিধানসভাৰ আসনৰ ভিতৰত ৪৭খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd