• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ভাৰত-আমেৰিকাৰ বন্ধুত্বঃ পুনৰ ইতিবাচক দিশত আগবাঢ়িছে দুই দেশ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 5:12 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক সম্পৰ্কত কিছু অৱনতি হোৱাৰ পিছতো শেহতীয়াকৈ দুয়োখন দেশৰ নেতাসকলে ইতিবাচক ইংগিত প্ৰদান কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড‘নাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰখাৰ কথা প্ৰকাশ কৰিছে, এই আহ্বানৰ প্ৰতি মোদীয়েও সঁহাৰি জনাইছে। ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত উদ্ভৱ হোৱা অচলাৱস্থাৰ পিছত এই প্ৰতিক্ৰিয়াসমূহে দুয়োখন দেশৰ সম্পৰ্ক পুনৰ সুস্থিৰ হোৱাৰ আশা জগাই তুলিছে।

শুকুৰবাৰে হোৱাইট হাউচত সাংবাদিকসকলৰ সৈতে হোৱা কথোপকথনত ট্ৰাম্পে কয় যে তেওঁ মোদীৰ সৈতে সদায় বন্ধুত্ব বজাই ৰাখিব। তেওঁ কয়, “মোদীৰ সৈতে মোৰ বন্ধুত্ব সদায় থাকিব, ভাৰত আৰু আমেৰিকাৰ মাজত এক বিশেষ সম্পৰ্ক আছে। চিন্তাৰ কোনো কাৰণ নাই…।” ট্ৰাম্পে লগতে উল্লেখ কৰে যে মোদীৰ সৈতে তেওঁৰ ভাল মিল আছে আৰু দুমাহমান আগতে মোদী আমেৰিকালৈ আহিছিল।

Apply Now

ইফালে ভাৰতৰ সৈতে সম্পৰ্ক পুনৰ স্থাপন কৰিবলৈ সাজু নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে ভাৰতে ৰাছিয়াৰ পৰা অধিক তেল ক্ৰয় কৰাৰ বাবে হতাশা প্ৰকাশ কৰি কয়, “মই অতি হতাশ হৈছো যে ভাৰতে ৰাছিয়াৰ পৰা ইমান তেল ক্ৰয় কৰিব আৰু মই তেওঁলোকক সেই কথা জনাই দিছো। আমি ভাৰতৰ ওপৰত অতি বেছি শুল্ক, ৫০ শতাংশ শুল্ক আৰোপ কৰিছো।”

ট্ৰাম্পৰ এই মন্তব্যৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্স (পূৰ্বৰ টুইটাৰ)ত লিখিছে, যে “ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আৱেগ আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নৰ গভীৰ শলাগ লওঁ আৰু সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ। ভাৰত আৰু আমেৰিকাৰ এক অতি ইতিবাচক আৰু  কম্প্ৰেইহেন্সিভ এণ্ড গ্ল‘বেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ আছে।”

ইয়াৰ পূৰ্বে ট্ৰাম্পে সামাজিক মাধ্যমত এক পোষ্টত লিখিছিল, “চীনৰ আটাইতকৈ গভীৰ, অন্ধকাৰত আমি ভাৰত আৰু ৰাছিয়াক হেৰুৱাই পেলাইছো। আশা কৰো তেওঁলোকৰ দীঘলীয়া আৰু সমৃদ্ধিশালী ভৱিষ্যত হওক!” এই পোষ্টত ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ নেতা ঝি জিনপিঙৰ সৈতে মোদীৰ এখন পুৰণি ফটো পোষ্ট কৰিছিল।

আন হাতে চীনৰ টিয়ানজিনত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত মোদী, ঝি জিনপিঙ আৰু পুটিনৰ মাজত হোৱা সাক্ষাৎকাৰে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই পৰিস্থিতিত দুয়োখন দেশৰ নেতাসকলৰ প্ৰতিক্ৰিয়াসমূহে ভাৰত-আমেৰিকাৰ বন্ধুত্ব পুনৰ ইতিবাচক দিশত আগবঢ়াৰ ইংগিত প্ৰদান কৰিছে।

Deeply appreciate and fully reciprocate President Trump's sentiments and positive assessment of our ties.

India and the US have a very positive and forward-looking Comprehensive and Global Strategic Partnership.@realDonaldTrump @POTUS https://t.co/4hLo9wBpeF

— Narendra Modi (@narendramodi) September 6, 2025
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm
গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

June 21, 2026 5:23 pm
তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

June 21, 2026 5:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm
মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

June 21, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd