• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2025 2:42 pm
96
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়া কাপত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে পাকিস্তানৰ মুখামুখি হ’ব ভাৰত। মেচখন ওচৰ চাপি অহাৰ লগে লগে বৰ্জনৰ আহ্বান অধিক প্ৰবল হৈ পৰিছে। এই মেচখনক লৈ আৰম্ভণিৰে পৰাই অসন্তুষ্ট আছিল AIMIMৰ মূৰব্বী আছাদুদ্দিন ওৱেইছি। ওৱেইচিয়ে প্ৰশ্ন কৰিছে যে, এই এখন মেচৰ পৰা বিচিচিআইয়ে কিমান টকা পাব? সেই পৰিমাণৰ ধন ২৬টা জীৱনতকৈও অধিক মূল্যৱান নেকি?

পেহেলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ সৈতে ক্ৰিকেটৰ সকলো সম্পৰ্ক শেষ কৰাৰ দাবী উত্থাপন হৈছে। এছিয়া কাপ বা আন কোনো বহুদলীয় প্ৰতিযোগিতাত যাতে পাকিস্তানক কোনো ধৰণে মুখামুখি নহয় তাৰ বাবেও দাবী উত্থাপন হৈছে। ইফালে পাকিস্তানেও নিজৰ হকী দলটো ভাৰতলৈ প্ৰেৰণ কৰা নাই। বিতৰ্কৰ মাজতে ইৰফান পাঠান আৰু হৰভজন সিঙে লিজেণ্ডছ লীগত পাকিস্তানী কিংবদন্তিৰ বিৰুদ্ধে খেলপথাৰত নামিবলৈ সন্মত নহ’ল। অৱশ্যে সেই সকলোবোৰ আওকাণ কৰি বিচিচিআইয়ে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে এটা দল খেলিবলৈ ওলাইছে। এই লৈ ক্ৰিকেটপ্ৰেমী বিভক্ত। এটা শিতানৰ মতে হিংসা আৰু ক্ৰীড়া একেলগে যাব নোৱাৰে। আনহাতে, একাংশই ক্ৰিকেট সম্পৰ্ক অব্যাহত ৰখাৰ পক্ষপাতী। ভাৰত-পাক মেচৰ বিৰুদ্ধে থকাসকলৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নাম হ’ল ওৱেইচি।

Apply Now

এআইএমআইএমৰ চুপ্ৰেমোগৰাকীয়ে কয়, “উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক মোৰ প্ৰশ্ন, এটাও ক্ৰিকেট খেল বৰ্জন কৰাৰ ক্ষমতা আপোনাৰ নাই নেকি? ২৬ জন নাগৰিকক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধি হত্যা কৰা পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে খেলিব লাগিব নেকি?”

প্ৰধানমন্ত্ৰীলৈ ওৱাইছিৰ প্ৰশ্ন আছিল, “আপুনি নিজেই কৈছিল যে তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে, আলোচনা আৰু সন্ত্ৰাসবাদ একেলগে যাব নোৱাৰে। এই এখন মেচৰ পৰা বিচিচিআইয়ে কিমান টকা পাইছে?২০০০ কোটি, ৩০০০ কোটি? সেয়া ২৬ জনতকৈ অধিক মূল্যৱান নেকি? বিজেপিয়ে ইয়াৰ উত্তৰ দিব লাগিব।”

এআইএমআইএমৰ  মূৰব্বীজনে স্পষ্টকৈ ক’লে, “আমি পেহেলগামত মৃতকৰ পৰিয়ালৰ সৈতে আছিলো, আগন্তুক দিনতো আমি আছো আৰু থাকিম।” দেওবাৰৰ খেলখন তেওঁ বা তেওঁৰ অনুগামীসকলেও নাচাব বুলি স্পষ্ট কৰি দিছে ওৱেইচিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd