• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু মাওবাদী : শান্তি আলোচনা বিচাৰি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2025 1:43 pm
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় কমিউনিষ্ট পাৰ্টি(মাওবাদী)য়ে এক বিবৃতিত ঘোষণা কৰে যে তেওঁলোকে সাময়িকভাৱে সশস্ত্ৰ অভিযান বন্ধ কৰিব। সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰক এমাহৰ বাবে যুদ্ধবিৰতিৰ বাবে অনুৰোধ জনাইছে। এই সময়ছোৱাত মাওবাদীয়ে শান্তি চুক্তিৰ পথত আগবাঢ়িব বুলিও ঘোষণা কৰিছে।

অবিৰত অভিযানত ইজনৰ পিছত সিজন মাওবাদী নেতাৰ মৃত্যু আৰু আত্মসমৰ্পণৰ ফলত সংগঠনটোৰ বিধ্বস্ত অৱস্থা। সেয়ে যুদ্ধবিৰতিৰ চৰ্তত চৰকাৰৰ সৈতে শান্তি মেজত বহিবলৈ সন্মত হৈছে।

Apply Now

প্ৰসংগক্ৰমে জনযুদ্ধ গোট আৰু নক্সাল আন্দোলনৰ প্ৰেক্ষাপটত মাওবাদীয়ে স্বেচ্ছাই যুদ্ধবিৰতি ঘোষণা কৰি শান্তি আলোচনাত সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ বাবে তেওঁলোকে আভ্যন্তৰীণ আলোচনাৰ বাবে সময় বিচাৰিছে। লগতে চৰকাৰক তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিব লাগে বুলিও কৈছে।

মাওবাদীৰ এই বিবৃতিত স্বাক্ষৰ কৰিছে কমৰেড অভয়ে। ১৫ আগষ্টত লিখা এই পত্ৰখন ইতিমধ্যে গৃহ মন্ত্ৰণালয়ে লাভ কৰিছে। ১৬ ছেপ্টেম্বৰত এই পত্ৰখন প্ৰকাশ পাইছিল। অৰ্থাৎ মাওবাদীয়ে অনুৰোধ কৰা এমাহৰ যুদ্ধবিৰতি শেষ হৈছিল, আৰু পত্ৰখন ফাদিল হৈছিল।

বিবৃতিটোত মাওবাদীয়ে প্রধানমন্ত্রী, গৃহমন্ত্রী আৰু আৰক্ষীৰ শীর্ষ বিষয়াসকলৰ অস্ত্র ত্যাগ কৰাৰ প্রস্তাৱ মানি লৈছে৷

কোৱা হৈছে যে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী পৰিস্থিতিত দলৰ সাধাৰণ সম্পাদক বাছবৰাজুৱে যি শান্তি আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছিল, সেই প্ৰক্ৰিয়াটো আমি আগুৱাই নিব বিচাৰো।  একে সময়তে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অস্ত্ৰ আত্মসমৰ্পণৰ অনুৰোধ গ্ৰহণ কৰি আমি সমাজৰ মূলসুঁতিলৈ ঘূৰি আহিব বিচাৰো। আমি অস্ত্ৰ-শস্ত্ৰ এৰিবলৈ সাজু। অৱশ্যে চৰকাৰে আমাক আলোচনাৰ বাবে এমাহ সময় দিব লাগে।

এই সময়ছোৱাত আমি আত্মগোপন কৰি থকা আৰু কাৰাগাৰত থকা নেতাসকলৰ সৈতে আলোচনা কৰিব পাৰিম। মন কৰিবলগীয়া যে চলিত বৰ্ষৰ আৰম্ভণিতে ছত্তীশগড়ৰ বাস্তৰ অঞ্চলত নম্বলা কেশৱ ৰাও ওৰফে বাসবৰাজুৰ মৃত্যুৰ পিছৰে পৰা সংগঠনটোৰ নেতৃত্বৰ সমস্যা বাঢ়িছে। কিন্তু এতিয়ালৈকে কেন্দ্রীয় চৰকাৰে মাওবাদীৰ এই চিঠিখনৰ বিষয়ে একো কোৱা নাই, আৰু শান্তি আলোচনাৰ প্রস্তাৱৰ প্রতি কোনো সহাৰি দিয়া নাই৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd