• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2025 11:10 am
98
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাহুল গান্ধীয়ে অতি সোনকালে “ভোট চুৰি” সম্পৰ্কে প্ৰকাশৰ “হাইড্ৰ’জেন বোমা” লৈ ওলাই আহিম বুলি কোৱাৰ কিছুদিন পাছতে কংগ্ৰেছে ঘোষণা কৰে যে লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে বৃহস্পতিবাৰে (১৮ ছেপ্টেম্বৰ, ২০২৫) সংবাদমেল সম্বোধন কৰে।

১ ছেপ্টেম্বৰত ভোট অধিকাৰ যাত্ৰাৰ সামৰণি অনুষ্ঠানত ভাষণ দি গান্ধীয়ে কৈছিল যে তেওঁৰ দলে অতি সোনকালে “ভোট চুৰি” সম্পৰ্কে প্ৰকাশৰ “হাইড্ৰ’জেন বোমা” লৈ ওলাই আহিব আৰু তাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক নিজৰ মুখ দেখুৱাব নোৱাৰিব।

Apply Now

যোৱা মাহত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ তথ্যৰ উদ্ধৃতি দি গান্ধীয়ে কৰ্ণাটকৰ মহাদেৱপুৰা বিধানসভাত জালিয়াতি কৰাৰ জৰিয়তে এক লাখৰো অধিক ভোট “চুৰি” হোৱা বুলি দাবী কৰিছিল।

আজি গান্ধীয়ে সংবাদমেলত আন বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক। লগতে ৰাহুল গান্ধীৰ অভিযোগ যে, “কৰ্ণাটকৰ আলণ্ড আসনত কোনোবাই ৬০১৮টা ভোট ডিলিট কৰিবলৈ চেষ্টা কৰিছিল।”

তেওঁ কয়, “এজন বিএলঅ’ই লক্ষ্য কৰিলে যে তেঁওৰ ককাকৰ ভোট ডিলিট হৈ গৈছে। তেঁও গম পালে যে সেয়া চুবুৰীয়া। যেতিয়া তেওঁৰ সৈতে মুখামুখি হ’ল, তেতিয়া চুবুৰীয়াই ক’লে যে তেওঁ ডিলিট কৰা নাই, এই বিষয়েও নাজানে।”

ৰাহুল গান্ধীয়ে ডিলিচন আবেদন দাখিল কৰা গোদাবাই নামৰ ৬৩ বছৰীয়া ব্যক্তিক চিনাকি কৰাই দিয়ে।

ৰাহুল গান্ধীয়ে তেওঁৰ ভিডিঅ’টো প্লে আউট কৰে য’ত তেওঁ দাবী কৰিছিল যে ডিলিচন এপ্লিকেচনৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই।

তেওঁ আৰু দেখুৱাইছে যে ভোটাৰক ডিলিট কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান চেল ফোন নম্বৰ ব্যক্তিজনৰ যাৰ বিষয়ে তেওঁ জ্ঞাত নহয়।

নিৰ্বাচন আয়োগৰ জ্ঞাতসাৰে ভোটাৰ তালিকাৰ পৰা কৰ্তন ভোটাৰৰ নাম।

কোনো অজ্ঞাত ব্যক্তিয়ে কৰ্ণাটকৰ অলাণ্ডত পৃথক ৰাজ্যৰ পৰা বেলেগ ফোন নম্বৰৰ জৰিয়তে কৰা হৈছিল এই দুষ্কাৰ্য।

পুৱা ৪ বজাতে দুগৰাকী ভোটাৰক নাম ডিলিট কৰি নিজৰ নাম সুমুৱাইছিল কোনো ‘অজ্ঞাতে’।

কৰ্ণাটকৰ কালাবুৰাগী জিলাৰ আলণ্ড বিধানসভা সমষ্টিত ৫৯৯৪টা ভোট মচি পেলোৱাৰ হৈছিল। ২০২৩ চনত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ফৰ্ম ৭ জাল কৰি ভোটাৰক আঁতৰোৱাৰ প্ৰচেষ্টাৰ সৈতে জড়িত এই গোচৰটো এতিয়াও অমীমাংসিত হৈছে য’ত ইচিআইয়ে এতিয়াও অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ তথ্য দিব পৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd