• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

NEET-JEE ক’চিঙৰ বাবে ক্লাছ ত্যাগ কৰা ‘ভুৱা বিদ্যালয়’ৰ বিৰুদ্ধে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2025 4:27 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক সময়ত দেশত এনে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে যিবিলাকত ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰি নিয়মীয়া পাঠদানক উপেক্ষা কৰি কেৱল NEET আৰু JEEৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কোচিঙত গুৰুত্ব আৰোপ কৰা হয়। শেহতীয়া কৈ এনে বিদ্যালয় সমূহক কঠোৰ সমালোচনা ৰাজস্থান উচ্চ ন্যায়ালয়ৰ। এই কথিত ‘স্কুল’সমূহে উপস্থিতিৰ ৰেকৰ্ডত ভুৱা তথ্য দাখিল কৰে যাতে ছাত্ৰ-ছাত্ৰীয়ে কেৱল প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবেই সময় ব্যয় কৰে, আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ বিদ্যালয় শিক্ষা সম্পূৰ্ণৰূপে অৱহেলিত হয়। ভাৰতৰ শিক্ষা ব্যৱস্থাৰ বাবে ই এক ভয়াৱহ অপমান বুলি অভিহিত কৰি ন্যায়াধীশ অনুপ কুমাৰ ধনে কয় যে ইয়াৰ ফলত শিক্ষা বিদ্যালয় আৰু প্ৰশিক্ষক কেন্দ্ৰৰ বাবে কেৱল ধন ঘটাৰ খেললৈ পৰ্যবসিত হৈছে। আদালতে ৰাজ্য চৰকাৰ আৰু সকলো শিক্ষা ব’ৰ্ডক এছ আই টি গঠন কৰি বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আকস্মিক পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে। যদি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপস্থিত থাকে বা শ্ৰেণীৰ সময়ত ক’চিং চেণ্টাৰত উপস্থিত থাকে তেন্তে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব।

আদালতে চিবিএছই আৰু ৰাজস্থান ব’ৰ্ডৰ দৰে ব’ৰ্ডক নিয়মীয়াকৈ আকস্মিক পৰিদৰ্শন কৰাৰ লগতে কম ছাত্ৰ-ছাত্ৰী বা শিক্ষকৰ উপস্থিতি থকা বিদ্যালয়সমূহক শাস্তি প্ৰদান কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে, আনকি ব’ৰ্ডৰ সৈতে তেওঁলোকৰ সংযোগ বাতিল কৰিবলৈও নিৰ্দেশ দিছে। উচ্চ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৭৫% শ্ৰেণী উপস্থিতি বাধ্যতামূলক কৰা নতুন নিয়মৰ ওপৰতো আদালতে গুৰুত্ব আৰোপ কৰি অভিভাৱকসকলক এই সন্দৰ্ভত সকীয়াই দিয়ে।

Apply Now

উল্লেখ্য যে ৰাজস্থানৰ দুখন বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ ভুৱা ৰেকৰ্ড জমা দিয়াৰ বাবে এবছৰ ধৰি ব’ৰ্ডৰ স্বীকৃতি হেৰুৱাইছিল, এই সমগ্ৰ বিষয়টো পোহৰলৈ আহৰ পিছতে এক গোচৰ ৰুজু কৰা হৈছিল। ন্যায়াধীশে বিষয়টো পুনৰ চিবিএছইলৈ প্ৰেৰণ কৰে যাতে এই বিদ্যালয়সমূহৰ শাস্তিৰ বিষয়ে ন্যায্যভাৱে পুনৰ বিবেচনা কৰে।

এতিয়া এই সিদ্ধান্তই এটা গভীৰ সমস্যাক উজ্জ্বল কৰি তুলিছে। অভিভাৱকসকলে নিজৰ সন্তানক চিকিৎসক বা অভিযন্তা হ’বলৈ অত্যধিক হেঁচা প্ৰয়োগ কৰে, পাহৰি যায় যে এই আসনবোৰ সকলোৱে পাব নোৱাৰে। ইয়াৰ ফলত শিশুসকল গভীৰভাৱে আঘাতপ্ৰাপ্ত হয়, আৰু পৰীক্ষাত ব্যৰ্থ হ’লে তেওঁলোক এটা সময় ৰৈ যাব লগীয়া হয়, যাৰ ফলত তেওঁলোকে স্কুলীয়া শিক্ষাৰ বাবে কোনো ধৰণৰ সহায় নাপায়। আদালতে দূৰদৰ্শিতাৰে স্কুল কাউন্সেলিং চেণ্টাৰসমূহক, পৰিয়ালসমূহক কেৰিয়াৰ বিকল্পৰ পথ প্ৰদৰ্শন কৰিবলৈ পৰামৰ্শ দিয়ে আৰু শিশুসকলক নিজৰ পথ বাছি ল’বলৈ অনুমতি দিবলৈ পৰামৰ্শ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd