• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Gen-Z ৰ প্ৰতিবাদত জ্বলি উঠিছে লাডাখ: ৪ জনৰ মৃত্যু, আহত বহুজন…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 25, 2025 8:22 am
108
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখক পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি আৰু সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত যোৱা কেইবা দিন ধৰি লেহত অব্যাহত আছে প্ৰতিবাদ। জলবায়ু কৰ্মী সোণম ৱাংচুৰ নেতৃত্বত প্ৰায় ১৫ দিন ধৰি চলি থকা এই আন্দোলনে ২৪ ছেপ্টেম্বৰত হিংসাত্মক ৰূপ লয়।

ছাত্র-ছাত্রী আৰু আৰক্ষীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। এতিয়ালৈকে এই প্ৰতিবাদত ৪ জনৰ মৃত্যু আৰু প্ৰায় ৮০ জন আহত হোৱাৰ তথ্য প্ৰকাশ পাইছে। প্ৰতিবাদকাৰীৰ দলে  বিজেপিৰ কাৰ্যালয় আৰু চিআৰপিএফৰ বাহনত অগ্নিসংযোগ কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলাৰ লগতে, প্ৰতিবাদকাৰীয়ে শীঘ্ৰেই দাবী পূৰণ কৰাৰ আহ্বান জনাইছে। লক্ষণীয় যে, এই প্ৰতিবাদত অংশগ্ৰহণকাৰীসকলৰ অধিকাংশেই যুৱক-যুৱতী।

Apply Now

উল্লেখ্য যে ২০১৯ চনৰ ৫ আগষ্টত জম্মু-কাশ্মীৰ আৰু লাডাখক পৃথক কৰি দুটা কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰা হৈছিল। সেই সময়ত লাডাখবাসীয়ে কেন্দ্ৰৰ অধীনত থাকিলে দ্ৰুত উন্নয়ন হ’ব বুলি আশা কৰিছিল। কিন্তু এতিয়া উন্নয়নমূলক কাম ব্যপকভাবে পিছ পৰি ৰোৱাত লাডাখবাসী হতাশ হৈ পৰিছে আৰু পুনৰ স্বায়ত্তশাসনৰ দাবী উত্থাপন কৰিছে।

ইয়াৰোপৰি প্ৰতিবাদকাৰীয়ে লাডাখক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈও দাবী উত্থাপন কৰিছে। কিয়নো ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসিত অঞ্চল গঠন কৰি স্থানীয় জনগণে নিজস্ব প্ৰশাসন আৰু উন্নয়ন কাৰ্যত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। বৰ্তমান অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আদিত এই বিশেষ ব্যৱস্থা প্ৰযোজ্য হৈ আছে।

লাডাখ জম্মু-কাশ্মীৰৰ অংশ হৈ থাকোতে বিশেষ অধিকাৰ লাভ কৰিছিল। কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ পাছত সেই সুবিধাৰ পৰা বঞ্চিত হয়। ফলত চাকৰি, উন্নয়ন আৰু প্ৰশাসন পৰিচালনাৰ ক্ষেত্ৰত বহু সমস্যাই দেখা দিছে। বিশেষকৈ, গেজেটেড পদৰ বাবে বিগত পাঁচ বছৰত কোনোধৰণৰ নতুন নিযুক্তি হোৱা নাই, যাৰ ফলত নিবনুৱাৰ সমস্যাও বৃদ্ধি পাইছে।

এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, অহা ৬ অক্টোবৰত গৃহ মন্ত্ৰালয়ে প্ৰতিবাদকাৰীসকলৰ সৈতে বৈঠকত মিলিত হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত বৈঠকতে দাবীসমূহ সমাধানৰ বিষয়ত আলোচনা কৰাৰ আশা প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী সকলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm
এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd