• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদানীক নতুন তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি আৱণ্টনঃ NDA-ক সমালোচনা বিহাৰ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2025 10:02 am
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা কানহায়া কুমাৰে শনিবাৰে (৪ অক্টোবৰ) নিৰ্বাচনমুখী বিহাৰৰ ভাগলপুৰ জিলাৰ পিৰপাইন্টিত নিৰ্মাণ হ’বলগীয়া তাপ বিদ্যুৎ কেন্দ্ৰৰ কথা উল্লেখ কৰি চৰকাৰ ক্ষুৰধাৰ সমালোচনা কৰে। তেঁও কয় যে ভোট চোৰ চৰকাৰখনে এইবাৰ মাটি চোৰ কৰিবলৈ ওলাইছে।

পাটনাস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি নেতাগৰাকীয়ে প্ৰশ্ন কৰে যে“ কিছু সময়ৰ পৰা বিহাৰত ভূমি জৰীপ চলি থকাৰ কথা চলি আছিল, আৰু মানুহে নিজৰ মাটিৰ কাগজ-পত্ৰ হাতত লৈ স্থানীয় চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে-দুৱাৰে ঘূৰি আছিল, কিন্তু চৰকাৰৰ আচল উদ্দেশ্য আছিল দখল কৰিবলগীয়া মাটি চিনাক্ত কৰি এই ভূমি ব্যৱসায়ী বন্ধুৰ হাতত গতাই দিয়া। ভাগলপুৰৰ ১০০০ একৰৰো অধিক মাটি বিদ্যুৎ প্ৰকল্পৰ বাবে আদানীক প্ৰতি একৰত ১ টকাৰ হাৰত কিয় দিয়া হ’ল?”

Apply Now

কানাহায়াই লগতে উল্লেখ কৰে যে শক্তি প্ৰকল্পটো পূৰ্বৰ ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (ইউপিএ) চৰকাৰে আৰম্ভ কৰিছিল যদিও পিছলৈ, ইয়াক কাৰ্যতঃ “সন্দেহজনক চৰ্তত” আদানী গোটক গতাই দিয়া হ’ল।

ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা পৱন খেৰাই অভিযোগ কৰিছিল যে যেতিয়াই আৰু য’তেই বিধানসভাৰ নিৰ্বাচন আহে আৰু বিজেপিয়ে নিৰ্বাচনত পৰাস্ত হোৱা যেন অনুভৱ কৰে, তেতিয়াই আদানীক এনে উপহাৰ দিয়ে।

খেৰাই কয়‘ইয়াৰ বাবে বিজেপিয়ে এক বিশেষ আৰ্হি মানি চলে। মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ছত্তীশগড়ত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদানী গ্ৰুপক এইদৰেই শক্তি প্ৰকল্প দিয়া হৈছিল। যেতিয়া তেওঁলোকে (বিজেপি) নিৰ্বাচনত পৰাস্ত হ’ব বুলি অনুভৱ কৰে, তেতিয়াই আদানী গোটক এনে উপহাৰ দিয়া হয়।’

লগতে প্ৰকল্পটোৰ বাবে চুক্তিবদ্ধ হোৱা শক্তি বিতৰণৰ দৰৰ ওপৰতো কানহায়াই প্ৰশ্ন উত্থাপন কৰে। তেওঁ লক্ষ্য কৰে যে, “অন্য ৰাজ্যত আদানী গ্ৰুপে প্ৰতি ইউনিটত ৩ৰ পৰা ৩.৫ টকাৰ নিৰ্দিষ্ট হাৰত শক্তিৰ চুক্তি লৈছে, কিন্তু বিহাৰত তেওঁলোকক প্ৰতি ইউনিটত ৬ টকাৰ দৰত চুক্তি প্ৰদান কৰা হৈছে।”

উল্লেখ্য যে, পাঁচ বছৰৰ ভিতৰত এই প্ৰকল্প আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ) চৰকাৰে ভাগলপুৰ জিলাৰ পিৰপাইন্টিত ২৪০০ মেগাৱাটৰ অতি জটিল তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ১০৫০ একৰ মাটি “হস্তান্তৰ” কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পূৰ্বেও কোৱা হৈছিল যে বিহাৰৰ ৰাজধানী পাটনাৰ পৰা প্ৰায় ৩০০ কিলোমিটাৰ দূৰত্বত থকা ভাগলপুৰ জিলাৰ পিৰপাইন্তিত আগন্তুক তাপ শক্তি প্ৰকল্পৰ পৰা বিদ্যুৎ যোগানৰ বাবে বিহাৰ ষ্টেট পাৱাৰ জেনেৰেচন কোম্পানী লিমিটেডৰ সৈতে ২৫ বছৰীয়া শক্তি যোগান চুক্তি (পি এছ এ) স্বাক্ষৰ কৰা হৈছে। আগষ্ট মাহত বিএছপিজিচিএলে আদানী পাৱাৰলৈ জাৰি কৰা লেটাৰ অৱ এৱাৰ্ড (এলঅ’এ)ৰ পাছত এই চুক্তি সম্পাদন কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd