• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত সংযুক্ত আৰব আমিৰশ্বাহীৰ যুৱতী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2025 10:53 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংযুক্ত আৰব আমিৰশ্বাহীৰ এগৰাকী যুৱতীয়ে প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলাইছে। ২৬ বছৰীয়া যুৱতীগৰাকীৰ নাম মৰিয়ম মহম্মদ। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ তেওঁ কঠোৰ বাছনি প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। অৱশেষত শ শ আবেদনকাৰীৰ মাজৰ পৰা তেওঁক নিৰ্বাচিত কৰা হয়।

শেহতীয়াকৈ মিছ ইউনিভাৰ্ছ ইউ এ ই-২০২৫ হিচাপে নিৰ্বাচিত হৈছে মৰিয়ম। অহা মাহত থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত তেওঁ সংযুক্ত আৰব আমিৰশ্বাহীক প্ৰতিনিধিত্ব কৰিব।

Apply Now

মৰিয়ম মহম্মদে ফেশ্বন বিষয়ত অধ্যয়ন কৰি আছে। তেওঁ কয়, “ইউ এ ইয়ে মোক ডাঙৰ সপোন দেখাৰ আত্মবিশ্বাস দিছে। মই অভিলাষী আৰু কৌতুহলী মহিলাৰ কণ্ঠ হ’ব বিচাৰো। মিছ ইউনিভাৰ্ছ ইউ এ ই কেৱল সৌন্দৰ্য্য প্ৰতিযোগিতা নহয়, ইয়াৰ প্ৰভাৱ বহু দিশত পৰে।”

মৰিয়ামে অষ্ট্ৰেলিয়াৰ ছিডনী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছে। বৰ্তমান ই এছ এম অ’ ডি ডুবাইত ফেশ্বন ডিজাইনৰ শিক্ষা গ্ৰহণ কৰি আছে। তেওঁ শিক্ষা, শিল্প আৰু সামাজিক সচেতনতাৰ মাজত এখন সেতু গঢ়ি তুলিছে। তেওঁৰ মিছন হৈছে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়া, নাৰীক সবলীকৰণ কৰা আৰু সমাজত প্ৰেম আৰু শান্তি গঢ়ি তোলা।

এমিৰেটছৰ যুৱ ডিজাইনাৰগৰাকীয়ে বহনক্ষম ফেশ্বনৰ ডিজাইন কৰিছে। ৰমজান আমান আৰু দ্য গিভিং ফেমিলি ইনিচিয়েটিভৰ দৰে দাতব্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহিলা উদ্যোগীকৰণ কাৰ্যসূচীতো ইউ এ ইক প্ৰতিনিধিত্ব কৰি আহিছে।

মৰিয়ামৰ আগ্ৰহ পৰম্পৰা আৰু উদ্ভাৱনৰ এক নিখুঁত মিশ্ৰণ। ঈগল চৰাই চিকাৰ আৰু উট চালনাৰ পৰা আৰম্ভ কৰি বহনক্ষম ফেশ্বন আৰু বিশ্বব্যাপী সাংস্কৃতিক বিনিময়লৈকে তেওঁ পৰম্পৰা আৰু আধুনিকতাৰ সংমিশ্ৰণ ঘটাইছে। সংযুক্ত আৰব আমিৰশ্বাহীৰ মূল্যবোধক সৌন্দৰ্য্য আৰু দৃঢ়তাৰে মূৰ্ত কৰি তুলিছে আৰু প্ৰতিনিধিত্ব কৰিছে।

মৰিয়মে নতুন প্ৰজন্মৰ আমিৰাতৰ মহিলাসকলৰ বাবে প্ৰেৰণাৰ উৎস হ’ব বুলি আশা কৰিছে। ইউ এ ইৰ সবলীকৰণ, বহনক্ষমতা আৰু উদ্ভাৱনৰ কাহিনীক বিশ্বব্যাপী দৰ্শকৰ আগত প্ৰদৰ্শন কৰিবলৈও তেওঁ দৃঢ়প্ৰতিজ্ঞ।

মিছ ইউনিভাৰ্ছ ইউ এ ইৰ ৰাষ্ট্ৰীয় সঞ্চালিকা পপি কেপেলাই প্ৰতিযোগিতাখনত মৰিয়ামৰ জয়ত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে মৰিয়মে কেৱল নিজৰ কথা আৰু দৃষ্টিভংগীৰ জৰিয়তেই নহয়, ইউ এ ইৰ ঐতিহ্য, সৱলীকৰণ আৰু বিশ্ব দৃষ্টিভংগী প্ৰকাশ কৰাৰ ক্ষমতাৰ জৰিয়তেও নিজকে পৃথক কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd