• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ভুলকৈ ব্যায়াম নকৰিবা, বিঘ্নিত হ’ব পাৰে হৰম’নৰ ভাৰসাম্য! সকীয়াই দিলে তমন্নাৰ ফিটনেছ ট্ৰেইনাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2025 6:58 am
66
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজকে ফিট কৰি ৰাখিবলৈ নিয়মিতভাৱে ব্যায়াম কৰেনে? যদি কৰে তেন্তে বহুত ভাল। কিন্তু ব্যায়ামৰ পৰা লাভৰ পৰিৱৰ্তে ক্ষতিহে হৈ থকা নাইতো?

আপুনি ব্যায়াম কেনেকৈ কৰে আৰু কেতিয়া ব্যায়াম কৰে এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। কাৰণ আপোনাৰ ব্যায়ামৰ সময় আৰু পদ্ধতিৰ দ্বাৰা শৰীৰৰ হৰম’নৰ ভাৰসাম্য নিয়ন্ত্ৰিত হয়। এই মন্তব্য অভিনেত্ৰী তমন্না ভাটিয়াৰ ফিটনেছ ট্ৰেইনাৰ সিদ্ধাৰ্থ সিঙৰ।

Apply Now

সুস্থ হৈ থাকিবলৈ নিয়মিত ব্যায়ামৰ প্ৰয়োজন। কিন্তু কিছুমান বিশেষ ধৰণৰ ব্যায়াম, ভুল পদ্ধতি আৰু সময়ে শৰীৰত হৰম’নৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।

শেহতীয়াকৈ সিদ্ধাৰ্থ সিঙে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰি তিনিটা কথাত সাৱধান হ’বলৈ পৰামৰ্শ দিয়ে।

খালী পেটত কাৰ্ডিঅ’

শৰীৰৰ চৰ্বি সোনকালে হ্ৰাস কৰাৰ আশাত বহুতে খালী পেটতে কাৰ্ডিঅ’ কৰে। কিন্তু অত্যধিক আৰু দীৰ্ঘদিনীয়া ব্যায়ামে পেশী ক্ষয়, দুৰ্বলতা, মূৰ ঘূৰোৱাৰ আশংকা কঢ়িয়াই আনে। কেৱল সেয়াই নহয়, শৰীৰত কৰ্টিছল হৰম’নৰ নিঃসৰণ বৃদ্ধি পায়। ফলত শৰীৰৰ হৰম’নৰ ভাৰসাম্য বিঘ্নিত হয়।

অত্যধিক শাৰীৰিক ব্যায়াম

অত্যধিক ব্যায়াম কৰিলে শৰীৰত হৰম’নৰ পৰিৱৰ্তন ঘটে। অত্যধিক গধুৰ ব্যায়ামে ষ্ট্ৰেছ হৰম’ন (কৰ্টিছল)ৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ ফলত পেশী ক্ষয় হ’ব পাৰে। তদুপৰি মহিলাৰ ঋতুচক্ৰ আৰু প্ৰজনন হৰম’নৰ ভাৰসাম্যতাও বিঘ্নিত হয়।

ৰাতি বেছিকৈ ব্যায়াম কৰা

বহু লোকে সময়ৰ অভাৱত নিশা জিমলৈ যায়। ৰাতি বেছিকৈ ব্যায়াম কৰিলে শৰীৰৰ উষ্ণতা আৰু হৃদস্পন্দন বৃদ্ধি পায়। ফলত টোপনিৰ হৰম’ন (মেলাটনিন) উৎপাদনত বাধাৰ সৃষ্টি হয়। ইয়াৰ ফলত টোপনিৰ প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। পৰ্যাপ্ত টোপনিৰ অভাৱত ষ্ট্ৰেছ হৰম’ন (কৰ্টিছল)ৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। সিদ্ধাৰ্থ সিঙৰ মতে ৰাতি শোৱাৰ কমেও ৩ ঘণ্টাৰ আগতে শাৰীৰিক ব্যায়াম সম্পূৰ্ণ কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd