• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত: অষ্টম দৰমহা আয়োগ আৰু ৰবি শস্যৰ বাবে সাৰত ৰাজসাহায্যত অনুমোদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2025 9:40 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে দুটা মূল প্ৰস্তাৱত অনুমোদন জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মঙলবাৰে এই সিদ্ধান্তসমূহৰ বিষয়ে জানিবলৈ দিয়ে।

১. অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ টাৰ্মছ অৱ ৰেফাৰেন্স (ToR)ত অনুমোদন

কেবিনেটে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ (Eighth Central Pay Commission) ‘টাৰ্মছ অৱ ৰেফাৰেন্স’ত (T-o-R) অনুমোদন জনাইছে।

Apply Now

এই সিদ্ধান্তই প্ৰতিৰক্ষা কৰ্মী আৰু ৬৯ লাখ পেঞ্চনাৰকে ধৰি প্ৰায় ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক উপকৃত কৰিব।

জানুৱাৰী মাহত গঠনৰ কথা ঘোষণা কৰা এই আয়োগৰ নেতৃত্বত আছে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) ৰঞ্জনা প্ৰকাশ দেশাই। আয়োগটোত এজন অধ্যক্ষ, এজন অংশকালীন সদস্য আৰু এজন সদস্য-সচিব থাকিব।

আয়োগে গঠনৰ ১৫ মাহৰ পিছত নিজৰ প্ৰতিবেদন দাখিল কৰিব।

দহ বছৰৰ মূৰে মূৰে পে কমিচনৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ ধাৰা অনুসৰি, অষ্টম দৰমহা আয়োগৰ পৰামৰ্শসমূহ সাধাৰণতে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে।

আয়োগে কৰ্মচাৰীৰ দৰমহা আৰু অন্যান্য সুবিধাৰ পৰিৱৰ্তন পৰীক্ষা আৰু পৰামৰ্শৰ বাবে দেশৰ অৰ্থনৈতিক অৱস্থা, বিত্তীয় বিচক্ষণতাৰ প্ৰয়োজনীয়তা, উন্নয়নমূলক ব্যয়, বিত্তীয় ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ ওপৰত পৰিব পৰা সম্ভাৱ্য প্ৰভাৱ, আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ তথা ব্যক্তিগত খণ্ডৰ সৈতে পাৰিতোষিক গাঁথনিৰ তুলনা আদি বিষয়সমূহ বিবেচনা কৰিব।

২. ৰবি শস্য বতৰৰ (২০২৫-২৬)ৰ বাবে সাৰৰ ৰাজসাহায্যত অনুমোদন

কেবিনেটে ২০২৫-২৬ চনৰ ৰবি শস্যৰ বাবে ফছফেটিক আৰু পটাচিক (P&K) সাৰৰ ওপৰত পুষ্টিভিত্তিক ৰাজসাহায্য (NBS)ৰ হাৰ নিৰ্ধাৰণৰ প্ৰস্তাৱতো অনুমোদন জনায়।

২০২৫-২৬ চনৰ ৰবি শস্যৰ বতৰৰ বাবে আনুমানিক বাজেটৰ প্ৰয়োজনীয়তা হ’ব প্ৰায় ৩৭,৯৫২ কোটি টকা। এই পৰিমাণ ২০২৫ চনৰ খাৰিফ ছিজনৰ বাজেটৰ প্ৰয়োজনীয়তাতকৈ প্ৰায় ৭৩৬ কোটি টকা বেছি।

ডি-এমোনিয়াম ফছফেট (DAP) আৰু NPKS গ্ৰেডকে ধৰি P&K সাৰসমূহ কৃষকসকলৰ বাবে সুলভ মূল্যত সুকলমে উপলব্ধতা নিশ্চিত কৰা।

এই ৰাজসাহায্যক যুক্তিসংগত কৰাৰ সিদ্ধান্ত সাৰ আৰু অন্যান্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ শেহতীয়া ধাৰাক লক্ষ্য কৰি লোৱা হৈছে।

এই দুয়োটা সিদ্ধান্তই কেন্দ্ৰীয় কৰ্মচাৰী আৰু কৃষকসকলক পোনপটীয়াকৈ উপকৃত কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd