• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আনুষ্ঠানিক কাৰণ অবিহনে দিল্লী স্কুল অৱ ইক’নমিক্সৰ আলোচনাচক্ৰ বাতিল, আহ্বায়কে দিলে পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2025 7:32 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী স্কুল অৱ ইক‘নমিক্সৰ এখন বহুপ্ৰত্যাশিত আলোচনাচক্ৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ নিৰ্দেশত বাতিল কৰা হৈছে। এই স্কুলখনে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত কাম কৰে।

‘Land, Property and Democratic Rights’ (ভূমি, সম্পত্তি আৰু গণতান্ত্ৰিক অধিকাৰ) শীৰ্ষক এই আলোচনাচক্ৰখন সমাজতত্ত্ব বিভাগৰ ‘শুক্ৰবৰীয়া ক’ল’কিয়াম’ (Friday Colloquium) শৃংখলাৰ অংশ হিচাপে আয়োজন কৰা হৈছিল আৰু অহা কাইলৈ অৰ্থাৎ ৩১ অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল। চেন্টাৰ ফৰ পলিচি ৰিচাৰ্ছৰ জ্যেষ্ঠ ফেলো ড০ নমিতা ৱাহীক এই আলোচনাচক্ৰত ‘সম্পত্তিৰ অধিকাৰ‘ৰ সাংবিধানিক সালসলনি আৰু ন্যায়িক ব্যাখ্যা সম্পৰ্কে ভাষণ দিবলৈ আমন্ত্ৰণ কৰা হৈছিল।

Apply Now

সূত্ৰ অনুসৰি, অনুষ্ঠানটো বাতিল কৰাৰ নিৰ্দেশ উপাচাৰ্য্য যোগেশ সিং আৰু পঞ্জীয়ক বিকাশ গুপ্তাৰ ফালৰ পৰা আহিছিল। কিন্তু বিভাগৰ অধ্যাপকসকলে অভিযোগ কৰা মতে, এই বাতিলকৰণৰ কোনো আনুষ্ঠানিক কাৰণ প্ৰদান কৰা হোৱা নাই।

‘দ্য ৱায়াৰ‘ে উপাচাৰ্য্য সিং, পঞ্জীয়ক গুপ্তা, মানৱিকী আৰু সমাজ বিজ্ঞানৰ গৱেষণাৰ ডীন উজ্জন সিং আৰু সমাজতত্ত্ব বিভাগৰ মুৰব্বী অনুজা আগৰৱাললৈ এই সম্পৰ্কে লিখিছিল যদিও কোনো উত্তৰ পোৱা নগ’ল।

এই ক‘ল’কিয়ামৰ আহ্বায়ক আৰু ডিএছইৰ সমাজতত্ত্ববিদ নন্দিনী সুন্দৰে এই ঘটনাত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত মত প্ৰকাশ কৰিছে। তেওঁৰ পোষ্টত লিখিছিল— “যিহেতু মই আৰু গৱেষণা ক’ল’কিয়ামৰ বৌদ্ধিক অখণ্ডতা অক্ষুণ্ণ ৰখাৰ বাবে বা শেষ মূহূৰ্তত মনৰ মৰ্জিমতে বাতিল নোহোৱাৰ নিশ্চয়তা দিব নোৱাৰো, মই ক’ল’কিয়ামৰ আহ্বায়ক পদৰ পৰা পদত্যাগ কৰিলোঁ।”

সুন্দৰে লগতে দাবী কৰে যে কোনো আনুষ্ঠানিক কাৰণ নজনোৱাকৈয়ে এই অনুষ্ঠান বাতিল কৰা হ‘ল। তেওঁ ছ’চিয়েল মিডিয়াৰ টোকাত পুনৰ লিখিছিল, “বাতিলকৰণৰ বাবে লিখিত বা আন কোনো কাৰণ জনোৱা হোৱা নাই, গতিকে আমি কেৱল ইয়াকেহে অনুমান কৰিব পাৰোঁ যে আৰএছএছ নেতৃত্বাধীন চৰকাৰে ভূমি আৰু গণতান্ত্ৰিক অধিকাৰ সম্পৰ্কীয় যিকোনো আলোচনাক লৈ আতংকিত হৈছে।”

তেওঁ লগতে উল্লেখ কৰে যে এই শুক্ৰবাৰীয়া ক’ল’কিয়াম দিল্লী স্কুল অৱ ইক‘নমিক্সৰ সমাজতত্ত্ব বিভাগৰ আটাইতকৈ পুৰণি অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম, আৰু বিভাগটো প্ৰতিষ্ঠা হোৱাৰ পিছত জৰুৰীকালীন অৱস্থা আৰু আন সকলো দশকতো এই অনুষ্ঠানটোৱে স্বতন্ত্ৰভাৱে কাম কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd