• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ওড়িশাত চলা খননৰ ওপৰত সীমা আৰোপ কৰিলে উন্নয়নত বাধাৰ সৃষ্টি হ’ব- উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ বক্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2025 9:28 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় আৰু ওড়িশা চৰকাৰে উচ্চতম ন্যায়ালয়ৰ আগত কয় যে ওড়িশাত লো আকৰ খননৰ ক্ষেত্ৰত সীমা আৰোপ কৰিলে ভাৰতৰ উন্নয়নত বাধাৰ সৃষ্টি হোৱাৰ লগতে আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন বাস্তৱত ৰূপায়ণ নহ’ব।

উল্লেখ্য যে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে কৰ্ণাটক আৰু গোৱাত আৰোপ কৰা ধৰণৰ খননৰ ক্ষেত্ৰত সীমাবদ্ধতা বিচৰা আবেদনৰ বিষয়ে উচ্চতম ন্যায়ালয়ে বিবেচনা কৰি আছে।

Apply Now

হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি দুটা কেন্দ্ৰীয় মন্ত্ৰ্যালয় – খনি মন্ত্ৰ্যালয় (MoM) তথা পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে (MoEFCC) আদালতত কয় যে ২০১৩ চনত কৰ্ণাটকত আৰু তাৰ পাছত গোৱাত লো-আকৰ খননৰ ওপৰত সীমা আৰোপ কৰাৰ পাছৰে পৰা পৰিস্থিতি সলনি হৈছে।

আদালতে চিনাক্ত কৰা অনুসৰি কৰ্ণাটকত বৰ্তমানৰ আইন উলংঘা কৰা অবৈধ খনন ৰোধৰ বাবে কঠোৰ নিয়ন্ত্ৰণ আৰু আইনী সুৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰা হৈছে বুলি তেওঁলোকে দাবী কৰে।

মন কৰিবলগীয়া যে বৰ্তমান দেশৰ লো আকৰ উৎপাদনৰ আধা অংশৰ ক্ষেত্ৰত ওড়িশাই অৰিহণা যোগায়। কেন্দ্ৰীয় চৰকাৰে যুক্তি দিছিল যে লাখ লাখ টন আকৰ উলিওৱা সত্ত্বেও ৰাজ্যখনৰ সম্পদ ১৩৩% বৃদ্ধি পাইছে, ২০০০ চনত ৪.১৮ বিলিয়ন টনৰ পৰা ২০২৩ চনত ৯৭.৩৭ বিলিয়ন টনলৈ বৃদ্ধি পাইছে।

খনি মন্ত্ৰালয়ে উল্লেখ কৰিছে যে ৰাজ্যখনৰ সম্ভাৱ্য লো আকৰৰ ৭১.৫২% অঞ্চল ভূতাত্ত্বিকভাৱে অন্বেষণ কৰিবলগীয়া আছে।

চৰকাৰে কয় যে লো আকৰ বা মেংগানিজ নিষ্কাশনৰ ক্ষেত্ৰত যিকোনো সীমা আৰোপ কৰিলে তীখা উৎপাদনত প্ৰভাৱ পৰিব। তেওঁলোকে স্পষ্ট কৰি দিয়ে, “ভাৰত বৰ্তমান শ্ৰী বৃদ্ধিৰ পথত আগবাঢ়িছে, যাৰ সামগ্ৰিক উদ্দেশ্য হৈছে সমাজৰ সকলো শ্ৰেণীৰ জীৱন ধাৰণৰ মানদণ্ড যথেষ্ট উন্নত কৰা। দেশত বিমানবন্দৰ, ৰে‘লৱে, দলং, বন্দৰ, ৰিয়েল এষ্টেট, উৎপাদন আদিৰ দৰে আন্তঃগাঁথনি নিৰ্মাণ কৰাটো প্ৰয়োজন। এই সকলোবোৰতে তীখাৰ থলুৱা উৎপাদন অতি গুৰুত্বপূৰ্ণ হ’ব।”

অধিবক্তা প্ৰশান্ত ভূষণ আৰু প্ৰণৱ সচদেৱৰ নেতৃত্বত আবেদনকাৰীসকলে আঙুলিয়াই দিয়ে যে ২০১৭ চনৰ আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰিত সীমাতকৈ অধিক লো আকৰ খনন কৰা খনিকৰৰ পৰা ক্ষতিপূৰণ আদায় কৰিবলৈ ওড়িশাক নিৰ্দেশ দিছিল। ভূষনে উল্লেখ কৰে যে ৰাজ্যখনে ২৭০০ কোটি টকাতকৈ অধিক ধন আদায় কৰাত ব্যৰ্থ হৈছে।

ন্যায়াধীশ দিপাংকৰ দত্ত আৰু অগাস্টিন জৰ্জ মাছিৰ বিচাৰপীঠে ২০১৭ চনৰ এই নিৰ্দেশৰ পিছতো ক্ষতিপূৰণৰ ধন আদায় নকৰাৰ বাবে ৰাজ্যখনক ধমক দিয়ে।

ব্যক্তিগত খনিকৰৰ পৰা বাকী থকা ধন আদায়ৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে ব্যাখ্যা কৰিবলৈ বিচাৰপীঠখনে ৰাজ্যখনক আঠ সপ্তাহৰ সময় দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd