• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তিনিচুকীয়াত লজ্জাজনক ঘটনা! বিদ্যালয়ৰ পৰা উভতি অহা পথত সপ্তম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষ*ণৰ অভিযোগ

এন ই নও নিউজ, গুৱহটী by এন ই নও নিউজ, গুৱহটী
November 5, 2025 10:02 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহা সময়ত এগৰাকী সপ্তম শ্ৰেণীৰ কিশোৰী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে।

ঘটনা অনুসৰি, ছাত্ৰীগৰাকীক চাহ বাগিচাৰ সমীপৰ পথৰ কাষত অৰ্ধচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। চাহ বাগিচাৰ ওচৰত এগৰাকী ই-ৰিক্সা চালকে তেওঁক এই অৱস্থাত দেখা পাই পৰিয়ালৰ সৈতে যোগাযোগ কৰে।

Apply Now

ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি, তিনিজন লোক এই নৃশংস কাণ্ডত জড়িত আছিল। ভুক্তভোগীয়ে আৰক্ষীক জনাইছে যে আক্ৰমণকাৰীসকলে ধৰ্ষণ কৰাৰ পিছত তেওঁক পথৰ কাষত পেলাই থৈ যায়।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয় আৰু কিশোৰীগৰাকীক তৎকালিনভাৱে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দিনৰ প্ৰায় ২:৩০ বজাত বিদ্যালয় ছুটি হোৱাৰ পিছত ছোৱালীজনী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে আৰু বিচাৰিবলৈ ধৰে। প্ৰায় ৫ বজাত এজন ই-ৰিক্সা চালকে পৰিয়ালটোৰ সৈতে যোগাযোগ কৰি জনায় যে ছাত্ৰীগৰাকীক চাহ বাগিচা এটাৰ ওচৰত অৰ্ধচেতন অৱস্থাত পৰি থকা দেখা গৈছে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, “ঘটনাটোৰ খবৰ পোৱা মাত্ৰেই আৰক্ষী দল ঘটনাস্থলীলৈ পঠোৱা হয় আৰু কিশোৰীগৰাকীক চিকিৎসালয়লৈ নিয়া হয়। চিকিৎসা প্ৰতিবেদন লাভ কৰাৰ পিছতে পৰৱৰ্তী কাৰ্যবিধী গ্ৰহণ কৰা হ’ব।”

এই চাঞ্চল্যকৰ ঘটনাই জনসাধাৰণক ক্ষুব্ধ কৰি তুলিছে আৰু অতি শীঘ্ৰে দোষীসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। আৰক্ষীয়ে ইতিমধ্যে সন্দেহযুক্ত লোককেইজনৰ সন্ধান আৰম্ভ কৰিছে।

এন ই নও নিউজ, গুৱহটী

এন ই নও নিউজ, গুৱহটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

August 6, 2026 8:02 am
প্ৰাক্তনৰ প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

প্ৰাক্তনৰ প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

August 6, 2026 7:00 am
অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: মৃতকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি, ১৪ খন জিলাত উচ্চ সতৰ্কতা জাৰি

August 6, 2026 8:02 am
প্ৰাক্তনৰ প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

প্ৰাক্তনৰ প্ৰেমিকাৰ ফটোত ‘লাইক’ কৰাই কাল হ’ল যুৱকৰ : ক্ষোভত বৰ্তমানৰ প্ৰেমিকাই সংঘটিত কৰিলে এই ভয়ানক কাণ্ড

August 6, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd