• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেইটামান টকাৰ লোভত মাকেই গাপ দিছিল নিজৰ কণমানি জীয়েকক কৰা যৌন নিৰ্যাতনৰ ঘটনা

উত্তম শইকীয়া by উত্তম শইকীয়া
June 12, 2018 9:10 pm
যৌন নিৰ্যাতনত অভিযুক্ত প্ৰধান শিক্ষক গৰাকী

যৌন নিৰ্যাতনত অভিযুক্ত প্ৰধান শিক্ষক গৰাকী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত নিৰ্যাতিতাৰ মাকেই অভিযুক্তৰ পৰা টকা লৈ দুদিন ধৰি গাপ দি ৰখা যৌন নিৰ্যাতনৰ ঘটনা এটা শেহতীয়াকৈ পোহৰলৈ আহিছে। জানিব পৰা মতে শিলভেটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগদেৱ শইকীয়াৰ বিৰুদ্ধে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উঠিছে।

মন কৰিব লগীয়া যে এই ঘটনাটো গম পায়ো কণমানি ছাত্ৰী গৰাকীৰ মাকে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু পিছত আটছাৰ তৎপৰতাত ঘটনাটো পোহৰলৈ আহে।

Apply Now

প্ৰপ্ত্য তথ্য মতে ১০ জুনৰ দিনা বিদ্যালয় ছুটীৰ পিছত ছাত্ৰী গৰাকীক প্ৰধান শিক্ষক গৰাকীয়ে নিজৰ কোঠালৈ মাতি নি যৌন নিৰ্যাতন চলাইছিল। অৱশ্যে কোনোমতে ছাত্ৰী গৰাকীয়ে শিক্ষক জনৰ কবলৰ পৰা নিজকে বচাবলৈ সক্ষম হয়।

পিছত সম্গ্ৰ ঘটনাৰ বিষয়ে ছাত্ৰী গৰাকীয়ে ঘৰত গৈ মাকক অৱগত কৰে। ফলত লগে লগে ছাত্ৰী গৰাকীৰ মাকৰ লগতে স্থানীয় গাঁওৰক্ষী বাহিনী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া বিদ্যালয়খনত উপস্হিত হৈ বিষয়টো জানিব বিচাৰে।

কিন্তু মনকৰিব লগীয়া বিষয় যে উপস্থিত সকলোৰে লগতে কণমানি ছাত্ৰী গৰাকীৰ মাকেও বিষয়টো মীমাংসাৰ বাবে লিখিত চুক্তি কৰি অভিযুক্ত প্ৰধান শিক্ষক যোগদেৱ শইকীয়াৰ পৰা ৫০ হাজাৰ টকা লৈ বিষয়টো গাপ দিয়াৰ চেষ্টা কৰে।

কিন্তু পিছত আটছাৰ বাগিচা শাখাই বিষয়টো জানিব পাৰি আটছাৰ বোকাখাত শাখাক অৱগত কৰে। ফলত আটছা বোকাখাত শাখাৰ বিষয়ববীয়া বিদ্যালয়খনত উপস্হিত হৈ বোকাখাত আৰক্ষীক বিষয়টো অৱগত কৰাৰ লগতে ছাত্ৰীগৰাকীৰ হতুৱাই বোকাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷

ছাত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত প্ৰধান শিক্ষক যোগদেৱ শইকীয়াক বোকাখাত আৰক্ষীয়ে কালি নিশাই বোকাখাত চিপাহী গাঁৱৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে পিতৃহীনা ছাত্ৰীগৰাকীয়ে প্ৰধান শিক্ষকজনে কি কৰিছিল সেই সন্দৰ্ভত বোকাখাত আৰক্ষীৰ আগত নিজৰ সাক্ষ্য প্ৰদান কৰিছে ৷

সমান্তৰালকৈ আজি আটছা বোকাখাত শাখাইও যৌন নিৰ্যাতনকাৰী শিক্ষক যোগদেৱ শইকীয়াৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰাৰ লগতে ছাত্ৰীগৰাকীৰ মাতৃয়েও পৃথকে আন এখন এজাহাৰ বোকাখাত থানাত দাখিল কৰিছে ৷

আৰু তিনিখন এজাহাৰৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে ২৫৮/১৮ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি অভিযুক্ত প্ৰধান শিক্ষক যোগদেৱ শইকীয়াক আদালতলৈ প্ৰেৰণ কৰিছে।

ইফালে এই ঘটনা পোহৰলৈ অহাৰ লগে লগে বোকাখাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই প্ৰধান শিক্ষক যোগদেৱ শইকীয়াক চাকৰিৰ পৰা নিলম্বন কৰিছে বুলি জানিব পৰা গৈছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd