• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লী বিস্ফোৰণত মহছিনৰ মৃত্যু, কিন্তু পত্নীয়ে শেষকৃত্য কৰিবলৈ নিদিয়ে! কিয়?

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
November 13, 2025 4:49 pm
180
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ কেইদিনমান পাৰ হৈ গৈছে। সোমবাৰৰ বিস্ফোৰণত ৩২ বছৰীয়া মহছিনৰ মৃত্যু হয়। শেষ ৰীতি-নীতিৰ স্থানক লৈ মাতৃ আৰু পত্নীৰ মাজত হোৱা বিবাদৰ বাবে পাঁচ ঘণ্টা ধৰি মৃতদেহটো লৈ হুলস্থূল চলিছিল। অৱশেষত আৰক্ষীৰ হস্তক্ষেপত সমস্যাটোৰ সমাধান হয়।

জানিব পৰা মতে, সোমবাৰৰ বিস্ফোৰণত ৩২ বছৰীয়া মহছিনৰ মৃত্যু হয়। তেওঁৰ ঘৰ মেৰুটত (Meerut)। কামৰ বাবে তেওঁ দিল্লীৰ জামা মছজিদৰ সমীপত পৰিয়ালৰ সৈতে বাস কৰিছিল। চুলতানা নামৰ এগৰাকী মহিলাৰ সৈতে তেওঁৰ বিবাহ হৈছিল। চুলতানাৰ ঘৰো মীৰুটত। কিন্তু তেওঁৰ পৰিয়ালটো দিল্লীৰ জামা মছজিদৰ ওচৰতে থাকে, য‘ত মহছিন বাস কৰিছিল।

Apply Now

মহছিনে আগতে দিল্লীত ই-ৰিক্সা চলাইছিল। ঘটনাৰ দিনা ৰাতিপুৱা ৰিক্সা লৈ ওলাই যোৱাৰ পিছত চুলতানাৰ সৈতে তেওঁৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। সন্ধিয়া বিস্ফোৰণৰ পিছত চুলতানাৰ ভায়েক আৰু দেওৰেকে ফোন কৰি বিস্ফোৰণৰ কথা অৱগত কৰে। প্ৰায় মাজনিশা আৰক্ষীয়ে জনোৱা মতে, মৃতকৰ ভিতৰত মহছিনৰ নামো আছে। ড্ৰাইভিং লাইচেঞ্চ চাই তেওঁক চিনাক্ত কৰা হয়। মহানগৰীৰ এখন চিকিৎসালয়ত তেওঁৰ মৃতদেহ পৰি আছিল।

মহছিনৰ মৃতদেহ ল‘বলৈ কোনো নথকাৰ বাবে আৰক্ষীয়ে পিছদিনা পুৱা মহছিনৰ মৃতদেহ মীৰুটৰ ইছলামনগৰ অঞ্চলত থকা তেওঁৰ ঘৰলৈ প্ৰেৰণ কৰে। পুলিচে ধৰি লৈছিল যে তেওঁৰ শেষ ৰীতি-নীতি মীৰুটত সম্পন্ন হ‘ব। অৱশ্যে বুজা গ’ল যে পৰিয়ালটোৰ সকলোৱে তেনেকৈ বিচৰা নাছিল।

পৰিয়ালৰ ইচ্ছামতে মহছিনৰ শেষ ৰীতি-নীতিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল। ঘৰৰ পৰা শেষ ৰীতি-নীতি আৰম্ভ হোৱাৰ ঠিক পিছতেই দিল্লীৰ পৰা চুলতানা তাত উপস্থিত হ’ল। মৃতদেহটো ধৰি তেওঁ ৰুমালখন মহছিনৰ মাকৰ সন্মুখত ৰাখি ক‘লে, “তেওঁক ঘৰলৈ লৈ যাওক।”

মৃতকৰ পৰিয়ালে বিচাৰিছিল যে মহছিন ডাঙৰ হোৱা ঠাইত তেওঁৰ শেষ ৰীতি-নীতি সম্পন্ন কৰা হওক। আনহাতে, চুলতানাই দাবী কৰিছিল যে মহছিনে দিল্লীত পৰিয়ালৰ পোহপাল দিবলৈ আৰু সন্তানৰ উন্নত ভৱিষ্যতৰ বাবে কাম কৰিছিল। সেই চহৰখনত তেওঁ নিজৰ এক উন্নত ভৱিষ্যতৰ সপোন দেখিছিল। সেয়ে তেওঁৰ শেষ ৰীতি-নীতি দিল্লীত সম্পন্ন কৰিব লাগে।

এই উত্তেজনাত প্ৰায় পাঁচ ঘণ্টা পাৰ হৈ গ’ল। অৱশেষত আৰক্ষীৰ হস্তক্ষেপত সমস্যাটো সমাধান হ‘ল। মহছিনৰ মাতৃ সঞ্জীদাই (Sanjeeda) চুলতানাৰ দাবী মানি লৈছিল। মহছিনৰ মৃতদেহ পুনৰ দিল্লীলৈ অনাৰ ব্যৱস্থা কৰিলে আৰক্ষীয়ে। চুলতানা, সঞ্জীদা আৰু চুলতানাৰ ভাতৃ চলমান (Salman) দিল্লীলৈ ৰাওনা হয়। ৰাজধানীত তেওঁৰ শেষ অনুষ্ঠানৰ ব্যৱস্থা কৰে আৰক্ষীয়ে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd