• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শীঘ্ৰেই ভাৰতলৈ ভ্ৰমণ কৰিব নেতান্যাহু; নিৰাপত্তাজনিত উদ্বেগ নস্যাৎ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2025 3:24 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে নিৰাপত্তাজনিত কাৰণে প্ৰস্তাৱিত ভাৰত ভ্ৰমণ পিছুৱাই দিলে বুলি প্ৰকাশিত সংবাদ মাধ্যমৰ দাবী নস্যাৎ কৰিছে। মঙলবাৰে ইজৰাইলী মিডিয়াত জনোৱা হৈছে যে, নেতান্যাহুৱে ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত ‘সম্পূৰ্ণ আস্থা’ প্ৰকাশ কৰিছে আৰু দুয়োপক্ষীয় আলোচনাৰ জৰিয়তে ভ্ৰমণৰ নতুন তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি, “ভাৰতৰ সৈতে ইজৰাইলৰ বন্ধুত্ব অতি দৃঢ়”। লগতে উল্লেখ কৰিছে যে, “প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ সম্পূৰ্ণ আস্থা আছে আৰু ইতিমধ্যে নতুন ভ্ৰমণৰ তাৰিখৰ বিষয়ে আলোচনা চলি আছে।”

Apply Now

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে কিছুমান ইজৰাইলী সংবাদপত্ৰই প্ৰকাশ কৰিছিল যে, ২০১৮ চনৰ পিছত চলিত বৰ্ষৰ ডিচেম্বৰ মাহত তেওঁ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণৰ পৰিকল্পনা কৰিছিল। কিন্তু শেহতীয়াকৈ দিল্লীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নেতান্যাহুৱে নিৰাপত্তাজনিত কাৰণত ভ্ৰমণ পিছুৱাই দিয়ে বুলি বাতৰি প্ৰচাৰ হৈছিল।

পিটিআইৰ সূত্ৰ অনুসৰি, এই প্ৰতিবেদনসমূহ কল্পনাপ্ৰসূত তথা ‘বিভ্ৰান্তিকৰ’ বুলি কোৱা হৈছে। লগতে সূত্ৰই জনায় যে, নেতান্যাহুৰ ভ্ৰমণৰ বাবে দুয়োপক্ষৰ পাৰস্পৰিক সুবিধাজনক তাৰিখ নিৰ্ধাৰণৰ প্ৰচেষ্টা চলি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

August 8, 2026 1:04 pm
 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

August 8, 2026 1:00 pm
মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

August 8, 2026 12:23 pm
কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

August 8, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

August 8, 2026 1:04 pm
 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

August 8, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd