• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰদূষণৰ গ্ৰাসত ​​দিল্লী, উচ্চতম ন্যায়ালয়ৰ শুনানি অনলাইন মাধ্যমত চলাবলৈ অনুৰোধ অধিবক্তাৰ

এন ই নাও নিউজ গুৱাহাটী by এন ই নাও নিউজ গুৱাহাটী
November 27, 2025 11:34 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ প্ৰদূষণে উচ্চতম ন্যায়ালয়ৰ কাম-কাজত যথেষ্ট প্ৰভাৱ পেলাইছে। বুধবাৰে এছ আই আৰ সন্দৰ্ভত শুনানিৰ সময়ত অধিবক্তা ৰাকেশ দ্বিবেদীয়ে তেওঁৰ উশাহ-নিশাহৰ সমস্যাৰ কথা উল্লেখ কৰি ৰাজধানীৰ পৰিস্থিতিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ বিচাৰপীঠক ভাৰ্চুৱেলভাৱে আদালতৰ শুনানি অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায়। উপস্থিত থকা জ্যেষ্ঠ ন্যায়াধীশ কপিল ছিবালেও তেওঁক সমৰ্থন কৰে।

দিল্লীৰ প্ৰদূষিত বতৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ পৰিস্থিতি আমাৰ দৰে জ্যেষ্ঠ নাগৰিকৰ বাবে অতি কঠিন। তেওঁলোকৰ কথাত সন্মতি প্ৰকাশ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে নিয়ম অনুসৰি তেওঁ প্ৰতিদিনে পুৱা কমেও এঘণ্টা খোজকাঢ়ে। মঙলবাৰে তেওঁ তেনে কৰি অস্বস্তি অনুভৱ কৰিছিল। একে সময়তে তেওঁ এই বিষয়ে চিন্তা কৰিব বুলিও কয়। একে সময়তে তেওঁ যি সিদ্ধান্ত লওঁক, বাৰ এছ’চিয়েশ্যনৰ সৈতে আলোচনা কৰি ল’ব বুলিও কয়। বুধবাৰে সন্ধিয়া বাৰৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰি এই সন্দৰ্ভত সিদ্ধান্ত ল’ব বুলি ইংগিত দিয়ে। প্ৰসংগক্ৰমে দিল্লী চৰকাৰে বৰ্দ্ধিত প্ৰদূষণৰ বাবে যোৱা বৃহস্পতিবাৰে নৱেম্বৰ-ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সকলো স্কুল-কলেজ খেলপথাৰ কাৰ্যসূচী পিছুৱাই দিয়াৰ নিৰ্দেশ দিছিল। একে সময়তে চৰকাৰী আৰু বেচৰকাৰী সকলো কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীকো ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Apply Now

উল্লেখ্য যে দিল্লীৰ বতাহ দীপাৱলীৰ পৰা বিষাক্ত হৈ পৰিছে। সেইবাবেই দিল্লী চৰকাৰে ‘ক্লাউড ছিডিং’ৰ ব্যৱস্থা কৰিছে। শেহতীয়াকৈ ইয়াৰ পৰীক্ষাও কৰা হৈছিল। কিন্তু বৰষুণ হোৱা নাছিল। অৱশ্যে তিনিটা ব্যৰ্থ প্ৰচেষ্টাত ইতিমধ্যে প্ৰায় ১.০৭ কোটি টকা ব্যয় কৰা হৈছে। কিন্তু কোনো লাভ হোৱা নাই। ইয়াৰ বিপৰীতে প্ৰদূষণ দিনক দিনে বাঢ়িছেহে।

এন ই নাও নিউজ গুৱাহাটী

এন ই নাও নিউজ গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd