• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডকমকা হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্রেক আদালতত কৰাৰ পোষকতা মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2018 1:51 pm
সোণোবাল
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্বৰ ডকমকা হত্যাকাণ্ডৰ হত্যাকাৰীয়ে যাতে উচিত শাস্তি পাই, তাৰ বাবে ফাষ্টট্রেক আদালতত বিচাৰ প্রক্রিয়া চলোৱাৰ পোষকতা কৰিছে ৰাজ্যৰ মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালে৷ আনহাতে মুখ্য মন্ত্ৰীগৰাকীয়ে ডকমকা কাণ্ডৰ আঁৰৰ অপৰাধীক উচিত শাস্তি দিয়া হ’ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে উক্ত হত্যাকাণ্ডৰ বিচাৰ প্রক্রিয়া যাতে সঠিক দিশত আগবাঢ়ে, তাৰ বাবে চৰকাৰী অধিবক্তাৰ কাম-কাজ নিৰীক্ষণ কৰাৰ বাবে কালি অনুৰূপ ধৰণে শিক্ষা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচার্যই ডকমকা কাণ্ডৰ বিচাৰ ফাষ্টট্রেক আদালতত কৰাৰ আশ্বাস দিছিল৷ এই সন্দর্ভত কালি সাংবাদিকৰ আগত মন্ত্রী ভট্টাচার্যই লগতে কয় যে প্রতি তিনি মাহৰ মূৰে মূৰে চৰকাৰী অধিবক্তাৰ কাম-কাজ তদাৰক কৰিব চৰকাৰে৷

Apply Now

উল্লেখযোগ্য যে তদন্ত প্ৰক্ৰিয়া লেহেম হোৱাৰ বাবে বিগত পাঁচ বছৰে ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ অপৰাধীয়েও শাস্তি পোৱা নাই বুলি আইনমন্ত্রীজনে খেদ প্ৰকাশ কৰে৷

আনহাতে ডকমকাৰ হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীৰ শাস্তিৰ দাবীত জাগ্রত হৈছে গুৱাহাটী উচচ ন্যায়ালয় বাৰ এছ’চিয়েশ্যন৷ নীলোৎপল দাস আৰু অভিজিৎ নাথৰ হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবীত অসম চৰকাৰক এজন বিশেষ অধিবক্তা নিযুক্তি দিয়াৰ বাবে আহবান জনাইছে উচচ ন্যায়ালয় বাৰ এছ’চিয়েশ্যনে৷

ইযাৰ মাজতে শেহতীয়াভাৱে হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ পৰা নীলোৎপল আৰু অভিজিতৰ সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা ম’বাইল ফোন, কাপোৰৰ বেগ আৰু বাদ্যযন্ত্ৰ। জব্দকৃত সামগ্ৰীসমূহ আদালতত দাখিল কৰিব আৰক্ষীয়ে। আনহাতে গাঁওখনত নীলোৎপল আৰু অভিজিৎ সন্ধিয়া ৬.৩০ বজাত প্ৰৱেশ কৰিছিল বুলিও তথ্য লাভ কৰিছে আৰক্ষীয়ে।


আনহাতে এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰি কাংথিলাংছ’ জলপ্ৰপাতক অভি–নীল জলপ্ৰপাত হিচাপে নামকৰণৰ পোষকতা কৰিছে বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙে। তেওঁ এই সন্দৰ্ভত কয়ে যে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ প্ৰতিমূৰ্তি স্থাপন কৰিব নালাগে কাৰণ প্ৰতিমূৰ্তি দেখাৰ লগে লগে অভিশপ্ত দিনটোৰ কথা মানুহৰ মনলৈ আহিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

June 23, 2026 10:20 am
মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am
কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

কাটাৰৰ গেছ উৎপাদন কেন্দ্ৰত ভয়ংকৰ বিস্ফোৰণ; নিহত ১৩ জনৰ ভিতৰত ১২ জনেই ভাৰতীয়

June 23, 2026 8:44 am
পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

পেনাল্টি মিছ কৰিও দুটাকৈ গ’ল দি মহানায়ক মেছি; অষ্ট্ৰিয়াক পৰাস্ত কৰি নকআউটত আৰ্জেণ্টিনা

June 23, 2026 7:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

June 23, 2026 10:20 am
মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd