• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হিন্দুৰ পৰিচয় দি প্ৰেমৰ জালত পেলাই যুৱতীক ধৰ্ষণ! ‘লাভ জেহাদ’ৰ ঘটনাই কঁপাইছে ইন্দোৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 14, 2025 9:40 pm
63
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু পৰিচয় দি প্ৰথমে বন্ধুত্ব, তাৰ পিছত প্ৰেমৰ জালত পেলাই যুৱতীক ধৰ্ষণ আৰু ধৰ্ম সলনি কৰাৰ চেষ্টা! মধ্যপ্ৰদেশৰ ইন্দোৰত লাভ জেহাদৰ এনে এক গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে। অভিযুক্ত মুছলমান যুৱকজনৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিছে যুৱতীগৰাকীয়ে। অভিযুক্তক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

কোনোমতে সেই স্থানৰ পৰা ঘৰলৈ উভতি আহি যুৱতীগৰাকীয়ে নিজৰ মাতৃক সমগ্ৰ ঘটনাটো জনায়। পৰিয়ালৰ পৰামৰ্শক্ৰমেই থানাত অভিযোগ দাখিল কৰা হয়। অভিযোগৰ ভিত্তিত অনছ নামৰ অভিযুক্তজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁক জেৰা কৰাৰ লগতে মোবাইল ফোন পৰীক্ষা কৰি আন কেইবাগৰাকীও মহিলাৰ ফটো উদ্ধাৰ হৈছে। একাধিক ধাৰাত অভিযুক্তজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Apply Now

লসুড়িয়া থানা এলেকাৰ এটা পেট্ৰ’ল পাম্পত ২২ বছৰীয়া এগৰাকী যুৱতীয়ে কাম কৰিছিল। তাতে তেওঁ এজন যুৱকৰ সৈতে চিনাকি হয়। যুৱকজনে নিজকে হিন্দু বুলি চিনাকি দিছিল আৰু কৈছিল যে তেওঁৰ নাম অশ্বিন। নাম সলাই যুৱকজনে যুৱতীগৰাকীৰ সৈতে বন্ধুত্ব কৰিছিল। যুৱতীগৰাকীৰ দাবী অনুসৰি, বন্ধুত্ব হোৱাৰ পিছতো তেওঁলোকে কেতিয়াও ক’তো একেলগে ফুৰিবলৈ যোৱা নাছিল। যোৱা ৭ ডিচেম্বৰত যুৱকজনে তেওঁক এটা স্থানত দেখা কৰিবলৈ মাতিছিল। তাত যুৱকজনৰ পৰিয়ালৰ সদস্যসকল পূৰ্বৰে পৰা উপস্থিত আছিল। তেওঁলোকৰ কথা-বতৰাত যুৱতীগৰাকীয়ে জানিব পাৰে যে যুৱকজন আচলতে মুছলমান, আৰু তেওঁৰ প্ৰকৃত নাম অনছ। তাত তেওঁক ‘নিকাহ’ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হয়। প্ৰতাৰিত হোৱা বুলি বুজি পাই যুৱতীগৰাকীয়ে সেই স্থানৰ পৰা গুচি আহে।

নিৰ্যাতিতাৰ দাবী অনুসৰি, ইয়াৰ পিছত ১২ ডিচেম্বৰৰ নিশা প্ৰায় ১০.৩০ বজাত যুৱকজনে তেওঁক পুনৰ মাতে। কথা পতাৰ চলেৰে তেওঁক এটা কোঠালৈ লৈ যায়। তাত তেওঁক ধৰ্ম সলাই বিয়া কৰাবলৈ হেঁচা দিয়ে। কিন্তু যুৱতীগৰাকীয়ে মান্তি নোহোৱাত তেওঁক মাৰপিট কৰা হয় আৰু জোৰ কৰি ধৰ্ষণ কৰা হয়। এই ঘটনা কাৰোবাক জনালে হত্যা কৰাৰো ভাবুকি দিয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd