• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঘোচ লোৱাৰ অভিযোগ! ৰাজস্থানৰ তিনি বিধায়কৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2025 7:00 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰতিনিজন বিধায়কৰ বিৰুদ্ধে উত্থাপন হৈছে ঘোচলোৱাৰ অভিযোগ! তিনিওজন বিধায়কৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে চৰকাৰে। ইয়াৰএজন শাসক দল বিজেপিৰ বিধায়ক, এজন বিৰোধী দল কংগ্ৰেছৰ, আৰু আনজন নিৰ্দলীয়।

অভিযোগ অনুসৰি, কোনো কামত বিধায়ক পুঁজিৰ ধন অনুমোদন দিলে, তাৰ পৰা এই তিনিজন বিধায়কে ‘কমিছন’ লৈছিল। এই ঘটনাৰ ফলত ৰাজস্থানৰ শাসক-বিৰোধী দুয়ো পক্ষই অস্বস্তিত পৰিছে। বিজেপি আৰু কংগ্ৰেছ উভয়েই অভিযুক্তসকলৰ পৰা স্পষ্টীকৰণ বিচাৰিছে।

Apply Now

ৰাজস্থানচৰকাৰে ইতিমধ্যে এটা উচ্চ পৰ্যায়ৰ তদন্তৰো নিৰ্দেশ দিছে। শেহতীয়াকৈ গোপন কেমেৰাৰ অভিযানত এই তিনিজন বিধায়কৰ কাণ্ড ধৰা পৰে।

বিজেপিৰ ৰেৱন্ত্ৰম দঙ্গ, কংগ্ৰেছৰ অনিতা যাদৱ আৰু নিৰ্দলীয় বিধায়ক ৰিতু বানাওৱাতে নিজ নিজ বিধায়ক পুঁজিৰ পৰা ধন অনুমোদন কৰাৰ বিনিময়ত টকা লোৱাৰ অভিযোগ উঠিছে। এই কথা পোহৰলৈ অহাৰ লগে লগে দুয়োটা দলেই অস্বস্তিত পৰে।

তাৎক্ষণিকভাৱে, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰে। চৰকাৰে যে দুৰ্নীতি কোনো কাৰণতে সহ্য নকৰে, সেই বাৰ্তা তেওঁ স্পষ্ট কৰি দিয়ে। ভজনলাল শৰ্মাই লিখে, “যিয়েই নহওক কিয়, দোষী প্ৰমাণিত হ’লে কাকোৱেই ৰেহাই দিয়া নহ’ব, যিমানেই প্ৰভাৱশালী নহওক কিয়।”

তেওঁ লগতে অতিৰিক্ত মুখ্য সচিব (স্বৰাষ্ট্ৰ) ভাস্কৰ সাৱন্তৰ নেতৃত্বত এখন তদন্ত সমিতি গঠন কৰাৰ কথাও ঘোষণা কৰে। সেইমতে, ভজনলাল শৰ্মাইৰাজস্থানৰমুখ্য সচিব আৰু আৰক্ষী প্ৰধানক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইতিমধ্যে চাৰিজনীয়া এখন সমিতি গঠন কৰা হৈছে। এই সমিতিত পঞ্চায়ত, বিত্ত আৰু গৃহ বিভাগৰ বিশেষ সচিবসকলক অন্তৰ্ভুক্ত কৰা হৈছে। অহা ১৫ দিনৰ ভিতৰত কমিটিক মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

June 4, 2026 3:13 pm
আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

June 4, 2026 2:51 pm
বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

June 4, 2026 2:29 pm
ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

June 4, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ ৰুজু, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতেই বংগত তীব্ৰ চাঞ্চল্য

June 4, 2026 3:13 pm
আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

আমেৰিকান পৰ্যটকৰ হেৰোৱা এটিএম কাৰ্ড ঘূৰাই দিবলৈ অট’ৰিক্সাৰে ৬ ঘণ্টা যাত্ৰা কৰিলে কেৰালাৰ যুৱকে

June 4, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd