• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুন বছৰৰ প্ৰাকক্ষণত খাদ্য বিতৰণ সেৱাত সংকট: ধৰ্মঘটৰ মাজতে ছুইগী আৰু জ’মাটোৱে বৃদ্ধি কৰিলে ডেলিভাৰী ভাট্টা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2025 3:10 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বছৰৰ উছাহৰ মাজতে দেশৰ আগশাৰীৰ খাদ্য বিতৰণ প্ৰতিষ্ঠান চুইগী আৰু জ’মাটোৱে তেওঁলোকৰ ডেলিভাৰী পাৰ্টনাৰসকলৰ বাবে ইনচেনটিভ বা অতিৰিক্ত ধনৰ পৰিমাণ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। দেশজুৰি চলি থকা গিগ ৱৰ্কাৰ বা ডেলিভাৰী কৰ্মীসকলৰ ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত কাম-কাজ স্বাভাৱিক কৰি ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৩১ ডিচেম্বৰৰ নিশা যিহেতু খাদ্যৰ অৰ্ডাৰ আটাইতকৈ বেছি হয়, সেয়েহে ডেলিভাৰী ব্যৱস্থা যাতে থমকি নৰয় তাৰ বাবে কোম্পানীকেইটাই এই বিশেষ অফাৰ আগবঢ়াইছে। মণিকণ্ট্ৰলৰ এক প্ৰতিবেদন অনুসৰি ডেলিভাৰী কৰ্মীসকলৰ বিভিন্ন ইউনিয়নসমূহে তেওঁলোকৰ পাৰিশ্ৰমিক, কামৰ সময় আৰু সুৰক্ষাৰ দাবীত ২৫ ডিচেম্বৰৰ লগতে ৩১ ডিচেম্বৰতো ধৰ্মঘটৰ আহ্বান জনাইছিল।

জ’মাটোৱে এই বিশেষ দিনটোত ডেলিভাৰী পাৰ্টনাৰসকলক সন্ধিয়া ৬ বজাৰ পৰা মাজনিশা ১২ বজালৈ প্ৰতিটো অৰ্ডাৰত ১২০ টকাৰ পৰা ১৫০ টকা পৰ্যন্ত অতিৰিক্ত ধন দিয়াৰ প্ৰতিশ্ৰুতি দিছে। সমগ্ৰ দিনটোত এজন ডেলিভাৰী কৰ্মীয়ে অৰ্ডাৰৰ সংখ্যা অনুসৰি ৩,০০০ টকালৈকে উপাৰ্জন কৰাৰ সুযোগ পাব বুলি কোম্পানীটোৱে জনাইছে। ইয়াৰ উপৰিও এই সময়ছোৱাত কোনো অৰ্ডাৰ বাতিল বা গ্ৰহণ নকৰিলে যি জৰিমনা বিহা হয়, সেয়াও জ’মাটোৱে সাময়িকভাৱে উঠাই দিছে। ইয়াৰ ফলত কৰ্মীসকলৰ মনত থকা আৰ্থিক লোকচানৰ ভয় কিছু পৰিমাণে কমিব বুলি আশা কৰা হৈছে।

Apply Now

আনহাতে চুইগীয়েও নতুন বছৰৰ এই সময়ছোৱাত কৰ্মীসকলক উৎসাহিত কৰিবলৈ ডাঙৰ অংকৰ ধন ঘোষণা কৰিছে। ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী এই দুয়োটা দিন মিলি এজন ডেলিভাৰী কৰ্মীয়ে ১০,০০০ টকালৈকে উপাৰ্জন কৰিব পাৰিব বুলি কোম্পানীটোৱে বাৰ্তা প্ৰেৰণ কৰিছে। কেৱল ৩১ ডিচেম্বৰৰ নিশাৰ কেইটামান ঘণ্টাত কাম কৰিলে তেওঁলোকে ২,০০০ টকালৈকে অতিৰিক্ত ধন লাভ কৰিব পাৰে। চুইগীৰ মূল লক্ষ্য হৈছে নিশাৰ ভাগত যেতিয়া খাদ্যৰ চাহিদা আটাইতকৈ বেছি থাকে, তেতিয়া যাতে পৰ্যাপ্ত সংখ্যক ডেলিভাৰী কৰ্মী উপলব্ধ হৈ থাকে।

খাদ্য বিতৰণৰ উপৰিও ক্ষিপ্ৰ বাণিজ্য সেৱা যেনে জেপ্টোৱেও তেওঁলোকৰ ডেলিভাৰী কৰ্মীসকলৰ বাবে ইনচেনটিভ বৃদ্ধি কৰিছে। দেশৰ বিভিন্ন ঠাইত ডেলিভাৰী কৰ্মীসকলে তেওঁলোকৰ সামাজিক নিৰাপত্তা আৰু স্থায়িত্বক লৈ দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে। যদিও ২৫ ডিচেম্বৰত হোৱা ধৰ্মঘটৰ ফলত কিছুমান ঠাইত সেৱাত ব্যাঘাত ঘটিছিল, তথাপিও কোম্পানীসমূহে দাবী কৰিছে যে তেওঁলোকৰ কাম-কাজ এতিয়া স্থিৰ অৱস্থাত আছে। ইউনিয়নসমূহে অৱশ্যে ৩১ ডিচেম্বৰত ডাঙৰ চহৰবোৰত সেৱা ব্যাহত হ’ব পাৰে বুলি সতৰ্ক কৰি দিছে। বৰ্তমানৰ বাবে কোম্পানীসমূহে এই অতিৰিক্ত ধনৰ জৰিয়তে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিছে যদিও কৰ্মীসকলৰ মূল সমস্যাসমূহৰ সমাধান এতিয়াও ওলোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd