• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৫ চনত দেশৰ ভিতৰতে তামিলনাডুত সৰ্বাধিক ডেংগুৰ সংক্ৰমণ: ২১ হাজাৰ আক্ৰান্ত, ১২ গৰাকীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2026 3:30 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি, ২০২৫ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে তামিলনাডুত মুঠ ২০,৮৬৬ টা ডেংগুৰ গোচৰ আৰু ১২ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। এই পৰিসংখ্যা অনুসৰি তামিলনাডু বৰ্তমান দেশৰ ভিতৰতে সৰ্বাধিক ডেংগু আক্ৰান্ত ৰাজ্য হিচাপে পৰিগণিত হৈছে।

দক্ষিণ ভাৰতৰ অন্যান্য ৰাজ্যসমূহৰ ভিতৰত কেৰালাত ১০,২৩৯ টা গোচৰৰ বিপৰীতে ৪৯ গৰাকীৰ মৃত্যু হৈছে। আনহাতে অন্ধ্ৰপ্ৰদেশত ২,৩৮৪ টা গোচৰ (৫ গৰাকীৰ মৃত্যু), তেলেংগানাত ৮,১৩৯ টা গোচৰ (মৃত্যু শূন্য) আৰু কৰ্ণাটকত ৬,৭৫৯ টা ডেংগুৰ গোচৰ (মৃত্যু শূন্য) ধৰা পৰিছে।

Apply Now

বিগত বছৰবোৰত তামিলনাডুৰ স্থিতি:

২০২১: ৬,০৩৯ জন আক্ৰান্ত, ৮ গৰাকীৰ মৃত্যু।

২০২২: ৬,৪৩০ জন আক্ৰান্ত, ৮ গৰাকীৰ মৃত্যু।

২০২৩: ৯,১২১ জন আক্ৰান্ত, ১২ গৰাকীৰ মৃত্যু।

২০২৪: ২৭,৩৭৮ জন আক্ৰান্ত, ১৩ গৰাকীৰ মৃত্যু।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ বিষয়াসকলে জানিবলৈ দিছে যে এক উন্নত নিৰীক্ষণ ব্যৱস্থাৰ বাবেহে ৰাজ্যখনত অধিক সংখ্যক গোচৰ ধৰা পৰিছে। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ (PHC) পৰা আৰম্ভ কৰি জিলা আৰু মেডিকেল কলেজ হাস্পতাল পৰ্যায়লৈকে ইয়াত তীক্ষ্ণ নজৰ ৰখা হয়। সঠিক সময়ত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আক্ৰান্তৰ সংখ্যাৰ তুলনাত মৃত্যুৰ হাৰ নিয়ন্ত্ৰণত আছে

চিকিৎসা সঞ্চালক ডাঃ জননী শংকৰে জনোৱা মতে, ডিচেম্বৰৰ শেষ সপ্তাহৰ পৰা ডেংগুৰ প্ৰাদুৰ্ভাৱ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। তেওঁ কয়, যে “বৰ্তমান আমি টাইফয়েড, ডায়েৰিয়া (পেটৰ অসুখ), ডিচেণ্ট্ৰী আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগী অধিক পাই আছোঁ। শীতকালৰ আগমণ আৰু ভ্ৰমণজনিত কাৰণতে এই ৰোগসমূহ বৃদ্ধি পাইছে।”

চৰকাৰী ষ্টেনলি মেডিকেল কলেজ হাস্পতালৰ জেনেৰেল সাধাৰণ চিকিৎসা বিভাগৰ মুৰব্বী ডাঃ এছ চন্দ্ৰশেখৰে জনোৱা মতে, সাধাৰণতে ফেব্ৰুৱাৰী মাহলৈকে ডেংগুৰ প্ৰকোপ থাকে যদিও এইবাৰ চেন্নাইত বৰষুণ কম হোৱাৰ বাবে ডিচেম্বৰৰ পৰাই সংক্ৰমণ কমিছে। তেওঁ সোঁৱৰাই দিয়ে যে শীতকালত মহৰ বংশবৃদ্ধি কমে যদিও মানুহে পানী জমা কৰি থোৱা পাত্ৰবোৰ ঢাকি ৰখাৰ ক্ষেত্ৰত সজাগ হোৱা উচিত, কিয়নো খোলা পাত্ৰত জমা হোৱা পানীতেই মহে কণী পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

October 21, 2026 10:06 am
শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

October 21, 2026 8:53 am
টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

টাইগাৰ শ্ৰফ নহয়, আন এজন বলীউড তাৰকাহে আছিল আক্ৰমণকাৰীৰ টাৰ্গেট! পোহৰলৈ আহিল ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য

October 21, 2026 7:22 am
ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

ক’ভিডৰ সময়ত চিকিৎসা সামগ্ৰীৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা, ব্ৰিটেইনত ভাৰতীয় মূলৰ দম্পতীক শাস্তি

October 20, 2026 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

এছিয়ান পেৰা গেমছত অব্যাহত ভাৰতৰ জয়যাত্ৰা: হাই জাম্প আৰু শ্বটপুটত স্বৰ্ণ জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়ালে এথলীটসকলে

October 21, 2026 10:06 am
শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

শীঘ্ৰেই চূড়ান্ত হ’ব ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি! ভাৰতৰ শক্তি খণ্ডত আমেৰিকাৰ অংশীদাৰিত্ব বৃদ্ধিৰ পোষকতা মাৰ্কো ৰুবীঅ’ৰ

October 21, 2026 8:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd