• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণত ফাঁচী দিয়া হ’ব ২৬ বছৰীয়া এৰফানক; খামেনেই বিৰোধী আন্দোলনত প্ৰথম মৃত্যুদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2026 8:14 am
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণত খামেনেই চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল এৰফান ছলতানী নামৰ ২৬ বছৰীয়া যুৱক। যোৱা ৮ জানুৱাৰীত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। দেওবাৰে ইৰাণৰ আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰে। কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে যিকোনো মুহূৰ্ততে এৰফানক ফাঁচী দিয়া হ’ব পাৰে।

ইৰাণত মৃত্যুদণ্ডক বিৰোধী মত দমনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে। অৱশ্যে গুলী কৰি মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ প্ৰথা। সাম্প্ৰতিক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত দাবী কৰা হৈছে যে ফাঁচীত ওলোমাই মৃত্যুদণ্ড দিয়াৰ এইটোৱেই প্ৰথম ঘটনা। কিন্তু নৰৱেত পঞ্জীয়নভুক্ত কুৰ্দি মানৱ অধিকাৰ সংস্থা হেংগা অৰ্গেনাইজেচন ফৰ হিউমেন ৰাইটছে এৰফানৰ বিচাৰ প্ৰক্ৰিয়াত স্বচ্ছতাৰ অভাৱত উদ্বেগ প্ৰকাশ কৰিছে।

Apply Now

অভিযোগ অনুসৰি গ্ৰেপ্তাৰৰ পিছত এৰফানক কোনো অধিবক্তা দিয়া হোৱা নাছিল। আনকি তেওঁক ৰক্ষা কৰাৰ সুযোগো দিয়া নহ’ল। হেংগাই দাবী কৰে যে তেওঁৰ পৰিয়ালেও নাজানে কোনে এৰফানক গ্ৰেপ্তাৰ কৰিছিল। এৰফানৰ ভনীয়েক তেওঁৰ উকীল। কিন্তু অভিযোগ উত্থাপন হৈছে যে তেওঁক গোচৰৰ নথি-পত্ৰও চাবলৈ দিয়া হোৱা নাছিল। আনকি তেওঁক ৰায়ক প্ৰত্যাহ্বান জনোৱাৰ সুযোগো দিয়া নহ’ল।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইৰাণ চৰকাৰে এৰফানৰ মৃত্যুদণ্ডৰ বিষয়ে পৰিয়ালক অৱগত কৰিছিল ১১ জানুৱাৰীত। অৰ্থাৎ গ্ৰেপ্তাৰৰ মাত্ৰ দুদিনৰ ভিতৰতে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল। জানিব পৰা মতে, মৃত্যুদণ্ড ঘোষণা হোৱাৰ পিছতে এৰফানৰ পৰিয়ালৰ লোকক মাত্ৰ দহ মিনিটৰ বাবে সাক্ষাৎ কৰিবলৈ দিয়া হৈছিল।

২৮ ডিচেম্বৰৰ পৰা সমগ্ৰ ইৰাণতে প্ৰতিবাদ চলি আহিছে। সাধাৰণ লোকে ৰাজপথলৈ ওলাই আহি আৰ্থিক সংকট আৰু আইন-শৃংখলাৰ অৱনতিকে ধৰি একাধিক অভিযোগ উত্থাপন কৰিছে। ই ক্ৰমান্বয়ে চৰকাৰ বিৰোধী আন্দোলনৰ ৰূপ লৈছে। চৰকাৰী কাৰ্যালয় আৰু অট্টালিকাত জুই লগাই দিছে প্ৰতিবাদকাৰীয়ে। আৰক্ষীয়েও প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰিছে। আনকি প্ৰতিবাদ দমনৰ বাবে ইৰাণৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধেও গুলীচালনাৰ অভিযোগ উত্থাপন হৈছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই প্ৰতিবাদত এই পৰ্যন্ত ৬৪৮ জন লোকৰ মৃত্যু হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd