• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তাজমহলত ত্ৰিৰংগা উৰুৱাই ৰাষ্ট্ৰগান গালে হিন্দু মহাসভাই: ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তদন্তৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2026 3:50 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণতন্ত্ৰ দিৱসৰ দিনাই বিশ্ববিখ্যাত কীৰ্তিচিহ্ন তাজমহলৰ চৌহদত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। তাজমহলৰ নিৰাপত্তা বেষ্টনী অতিক্ৰমি একাংশ লোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে ৰাষ্ট্ৰগান পৰিৱেশন কৰি ‘ভাৰত মাতা কী জয়’ শ্ল’গান দিয়ে। এই সমগ্ৰ কাৰ্যসূচীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে আৰু প্ৰশাসনে ইতিমধ্যে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে।

জানিব পৰা মতে, অখিল ভাৰত হিন্দু মহাসভাৰ একাংশ বিষয়ববীয়া আৰু সদস্যই এই কাৰ্য সম্পন্ন কৰে। সংগঠনটোৰ দাবী অনুসৰি, ১৬৩২ চনত তাজমহলৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পৰা আজিলৈকে ইয়াৰ মূল চৌহদত কেতিয়াও আনুষ্ঠানিকভাৱে ত্ৰিৰংগা উত্তোলন কৰা হোৱা নাছিল। হিন্দু মহাসভাই ইয়াক এক ‘ঐতিহাসিক পদক্ষেপ’ বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, ভাৰতৰ প্ৰতিটো কোণত ত্ৰিৰংগা উৰুৱাটো দেশৰ গৌৰৱৰ প্ৰতীক।

Apply Now

তাজমহলৰ নিৰাপত্তাৰ দায়িত্বত থাকে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (CISF)। উল্লেখনীয় যে, তাজমহলৰ ভিতৰত যিকোনো ধৰণৰ ধৰ্মীয়, ৰাজনৈতিক বা ব্যক্তিগত পতাকা প্ৰদৰ্শনৰ ওপৰত চৰকাৰীভাৱে কঠোৰ নিষেধাজ্ঞা বলৱৎ আছে। ইমান তন্নত তন্নকৈ কৰা তালাচী আৰু চিচিটিভিৰ তীক্ষ্ণ নজৰৰ মাজতো সংগঠনটোৰ সদস্যসকলে কেনেকৈ পতাকা লৈ ভিতৰত প্ৰৱেশ কৰিলে, তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে।

ভিডঅ’টো পোহৰলৈ অহাৰ লগে লগে ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগ (ASI) আৰু স্থানীয় আৰক্ষী প্ৰশাসনৰ মাজত ব্যাপক তৎপৰতা আৰম্ভ হৈছে। প্ৰশাসনে জনোৱা মতে, ভিডিঅ’টো তাজমহলৰ কোনটো অংশত আৰু কেতিয়া চিত্ৰগ্ৰহণ কৰা হৈছিল, সেই সম্পৰ্কে বিশদ তদন্ত চলাই থকা হৈছে। নিৰাপত্তাৰ দায়িত্বত থকা জোৱানসকলৰ গাফিলতি আছিল নেকি, সেই দিশটোও পৰীক্ষা কৰা হ’ব।

আনহাতে, হিন্দু মহাসভাই নিজৰ স্থিতিত অটল থাকি জনাইছে যে ভাৰতৰ যিকোনো কীৰ্তিচিহ্নত ৰাষ্ট্ৰীয় পৰ্বৰ দিনা পতাকা উত্তোলন কৰাটো প্ৰতিজন নাগৰিকৰ মৌলিক অধিকাৰ। তেওঁলোকে এই কাৰ্যক তাজমহলৰ ইতিহাসৰ এক নতুন অধ্যায় বুলি আখ্যা দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd