• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গোলাঘাটত যুৱ কংগ্ৰেছৰ বিশাল পদযাত্ৰা: ‘খিলঞ্জীয়াৰ ভূমি ৰক্ষা কৰক’ শ্ল’গানেৰে চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2026 9:22 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে গোলাঘাট চহৰত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত এক বিশাল ‘জাতি বচাওক, মাটি বচাওক’ পদযাত্ৰা উলিয়াই। এই কাৰ্যসূচীত এপাচিচি (APCC) সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ভাস্কৰ বৰুৱা আৰু যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনামৰ লগতে হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ কৰে।

পদযাত্ৰাৰ অন্তত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত গৌৰৱ গগৈয়ে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে বৰ্তমানৰ চৰকাৰে খিলঞ্জীয়াসকলৰ ভূমি “মামা-মামী, আম্বানী-আদানি আৰু পতঞ্জলি”ক গতাই দিছে। গগৈয়ে সকীয়াই দিয়ে যে যদিহে হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হয়, তেন্তে খিলঞ্জীয়াৰ হাতত নিজৰ মাটি এধানিও বাকী নাথাকিব।

Apply Now

গৌৰৱ গগৈয়ে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ অভিযোগ কৰে যে চাহ জনজাতি আৰু মিচিং অধ্যুষিত অঞ্চলসমূহত বিদ্যালয়সমূহ বন্ধ কৰি তাৰ বিপৰীতে সুৰাৰ দোকান খোলা হৈছে। ড্ৰাগছ আৰু সুৰাৰ প্ৰসাৰে সমাজক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি তেওঁ মন্তব্য কৰে।

যুৱ প্ৰজন্মৰ সংস্থাপনৰ বিষয়ে উল্লেখ কৰি গগৈয়ে কয় যে ৰাজ্যত নিবনুৱাৰ বাবে চাকৰি নাই যদিও কয়লা, বালি আৰু শিলৰ ছিণ্ডিকেট অবাধে চলি আছে। তেওঁ অভিযোগ কৰে যে গুৱাহাটীৰ ৪-৫ জন বিশেষ ঠিকাদাৰক সকলো চৰকাৰী ঠিকা অৰ্পণ কৰাৰ ফলত স্থানীয় সৰু ঠিকাদাৰসকল বিপৰ্যস্ত হৈ পৰিছে।

মুখ্যমন্ত্ৰীক লক্ষ্য কৰি গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই নিজকে এজন ‘ডাঙৰ হিন্দু নেতা’ বুলি পৰিচয় দিব বিচাৰে, কিন্তু প্ৰকৃততে তেওঁৰ কাম-কাজত কোনো হিন্দু মূল্যবোধ নাই। তেওঁ প্ৰশ্ন কৰে যে যিজন নেতাই গো-ছিণ্ডিকেটৰ পৰা ধন লয় বা জনজাতীয় লোকৰ ভূমি কাঢ়ি লয়, তেওঁ কেনেধৰণৰ হিন্দু নেতা হ’ব পাৰে? তদুপৰি, পদযাত্ৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ নাম কিছু বিতৰ্কিত বিষয়ৰ সৈতে সাঙুৰি ‘মোদী-এপষ্টেইন ভাই ভাই’ লিখিত পোষ্টাৰ আৰু বেনাৰ প্ৰদৰ্শন কৰা হয়।

গৌৰৱ গগৈয়ে শান্তি, সম্প্ৰীতি আৰু নৈতিকতাৰ ওপৰত ভিত্তি কৰি এখন ‘নতুন বৃহত্ অসম’ গঢ়াৰ আহ্বান জনায়। ভাষণৰ আৰম্ভণিতে তেওঁ গোলাঘাটৰ প্ৰয়াত কংগ্ৰেছ নেতা গোলাপ শইকীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সভাত এপাচিচি-ৰ কাৰ্যকৰী সভানেত্ৰী ৰোজলিনা তিৰ্কীকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাজনো নেতৃবৃন্দ উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd