• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

 কাহৰ ঔষধ ‘কলড্ৰিফ’ সেৱন কৰি আন এটি শিশুৰ মৃত্যু…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 3, 2026 11:52 am
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ বিষাক্ত কাহৰ ঔষধ সেৱন কৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰা মধ্যপ্ৰদেশৰ এজন চাৰি বছৰীয়া শিশুৰ দেওবাৰে নিশা নাগপুৰ এইমছত মৃত্যু ঘটে। জানিব পৰা মতে, চিৰাপ সেৱনৰ পাছতে শিশুটি যোৱা চাৰি মাহ ধৰি ক’মাত আছিল।

উল্লেখ্য যে, যোৱা বছৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত একেটা কোম্পানীৰে কাহৰ চিৰাপ সেৱন কৰি একেধৰণৰ লক্ষণত অতি কমেও ২৪ টা শিশুৰ মৃত্যু হৈছিল। পৰীক্ষাত এই চিৰাপত বৃক্ক (Kidney) বিকল কৰিব পৰা এবিধ অত্যন্ত বিষাক্ত ৰাসায়নিক পদাৰ্থ পোৱা গৈছিল।

Apply Now

জানিব পৰা মতে, নিহত শিশুটিৰ নাম হৰ্ষ। মধ্যপ্ৰদেশৰ বেতুল জিলাৰ টিকাবাৰী গাঁৱৰ নিবাসী হৰ্ষক যোৱা চাৰি মাহতকৈও অধিক সময় নাগপুৰ এইমছৰ আই.চি.ইউ.-ত (ICU) ভৰ্তি কৰি ৰখা হৈছিল। বেতুল জিলাৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (CMHO) ডাঃ মনোজ হুৰমাদে হৰ্ষৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰিছে। সোমবাৰে নাগপুৰত শিশুটিৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত মৃতদেহ পৰিয়ালক গতাই দিয়া হয়।

তদন্তৰ পৰা জানিব পৰা মতে, ‘কলড্ৰিফ’ (Coldrif) নামৰ এই কাহৰ চিৰাপটোত ‘ডাইথাইলিন গ্লাইকল’ (Diethylene Glycol) নামৰ এবিধ বিষাক্ত ৰাসায়নিক পদাৰ্থ আছিল। চেন্নাইৰ চৰকাৰী পৰীক্ষাগাৰত কৰা পৰীক্ষাত এই চিৰাপটোত ৪৮.৮ শতাংশ ডাইথাইলিন গ্লাইকল পোৱা গৈছিল, যি স্বাস্থ্যৰ বাবে অত্যন্ত মাৰাত্মক। ইয়াৰ ফলত বৃক্ক বিকল হোৱাৰ লগতে প্ৰস্ৰাৱ বন্ধ হোৱা আৰু বমিৰ দৰে সমস্যাই দেখা দিয়ে।

এই শোকাবহ ঘটনাৰ পাছতে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক প্ৰধানে (DCGI) বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে চিৰাপ প্ৰস্তুতকাৰী কোম্পানীৰ মালিক আৰু এই চিৰাপ খাবলৈ পৰামৰ্শ দিয়া চৰকাৰী চিকিৎসকজনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। বিগত বৰ্ষৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহতে মধ্যপ্ৰদেশ চৰকাৰে এই বিশেষ কাহৰ চিৰাপটোৰ বিক্ৰী নিষিদ্ধ কৰিছিল।

তামিলনাডুৰ ঔষধ নিয়ন্ত্ৰণ সঞ্চালকালয়ে কাঞ্চীপুৰমৰ শ্ৰেচন ফাৰ্মাচিউটিকেলছ নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা এই ঔষধ নিৰ্ধাৰিত মান অনুসৰি প্ৰস্তুত কৰা হোৱা নাই বুলি ঘোষণা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd