• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অদম্য মনোবল! কেঞ্চাৰক জয় কৰি ৰাষ্ট্ৰীয় পেৰা আৰ্চাৰীত জিলিকিল ঝাড়খণ্ডৰ এগৰাকী জনজাতীয় যুৱক…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2026 7:43 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ এখন ভৰি হেৰুৱাইও থমকি ৰোৱা নাই ঝাড়খণ্ডৰ এজন সাহসী জনজাতীয় যুৱক। নাম তেওঁৰ অমৰ হাছা পুৰ্তি। শেহতীয়াকৈ পাটিয়ালাত ২৯ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা সপ্তম ৰাষ্ট্ৰীয় পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপত ঝাড়খণ্ডক প্ৰতিনিধিত্ব কৰি অমৰে এক অনন্য নিদৰ্শন দাঙি ধৰিছে।

অষ্টম শ্ৰেণীত পঢ়ি থকা সময়ত আৰ. চি. বালক মিডল স্কুলৰ পেৰেড কমাণ্ডাৰ হিচাপে সক্ৰিয় হৈ থকাৰ সময়তে অমৰৰ দেহত ধৰা পৰিছিল কেঞ্চাৰ। চিকিৎসাৰ বাবে তেওঁ এখন ভৰি হেৰুৱাব লগা হয়। কেৱল শাৰীৰিক প্ৰত্যাহ্বানেই নহয়, চৰম দৰিদ্ৰতাৰ সৈতেও যুঁজি আছিল পৰিয়ালটোৱে। অমৰৰ ভগ্নী অনিতা হাছা পুৰ্তিৰ মতে, পৰিয়ালটোত কোনো উপাৰ্জনকাৰী ব্যক্তি নাছিল। পিতৃ দীৰ্ঘদিন ধৰি অসুস্থ আৰু ককায়েক অনিল হাছা পুৰ্তি মাওবাদী সংগঠন পি. এল. এফ. আই. (PLFI) ৰ সৈতে জড়িত হৈ পৰিছিল।

Apply Now

এসময়ত পঢ়া-শুনা কৰিবলৈ হাতত টকা নথকাৰ বাবে আৰু শাৰীৰিক অক্ষমতাৰ বাবে ভাঙি পৰা অমৰে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণৰো চেষ্টা কৰিছিল। সেই সংকটকালত স্থানীয় সমাজকৰ্মী অজয় শৰ্মাই সহায়ৰ হাত আগবঢ়ায় আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে অমৰৰ কাহিনীটো বিয়পাই দিয়ে। ইয়াৰ পিছতে স্থানীয় প্ৰশাসনেও সহায়ৰ বাবে আগবাঢ়ি আহে।

বিৰছা কলেজৰ অধ্যাপক ৰাজকুমাৰ গুপ্তাই অমৰৰ নামভৰ্তিৰ সম্পূৰ্ণ খৰচ বহন কৰে। ইয়াৰ মাজতে ধনুৰ্বিদ্যাৰ প্ৰশিক্ষক আশীষ কুমাৰৰ দৃষ্টিত পৰে অমৰৰ প্ৰতিভা। তেওঁ অমৰক খুন্টিৰ হোষ্টেলত থাকি ধনুৰ্বিদ্যাৰ অভ্যাস কৰাৰ ব্যৱস্থা কৰি দিয়ে।

হোষ্টেলত থকাৰ সময়তো আৰ্থিক সংকটৰ বাবে অমৰে এসাজ খোৱাৰ বাবেও কষ্ট কৰিবলগীয়া হৈছিল। সেই সময়ত স্থানীয় বিধায়ক সুদীপ গুড়িয়াই তেওঁক আৰ্থিক সহায় কৰে। ইয়াৰ পিছতে প্ৰশিক্ষক আশীষ কুমাৰে তেওঁক নেতাজী সুভাষ চন্দ্ৰ বসু ক্ৰীড়া কমপ্লেক্সলৈ লৈ যায় আৰু তেওঁৰ কঠিন পৰিশ্ৰমৰ ফলস্বৰূপে তেওঁ পাটিয়ালাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হয়।

ৰাষ্ট্ৰীয় পেৰা আৰ্চাৰী চেম্পিয়নশ্বিপত অমৰে মিশ্ৰিত দ্বৈত শাখা (Mixed Doubles) ত পঞ্চম স্থান আৰু একক শাখা (Singles) ত ২৩ তম স্থান দখল কৰিবলৈ সক্ষম হয়।

অমৰৰ এই যাত্ৰাক প্ৰশংসা কৰি ৰাষ্ট্ৰীয় আৰ্চাৰী সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাই কয় যে ধনুৰ্বিদ্যাৰ প্ৰসাৰৰ বাবে তেওঁলোকৰ সন্থাই সদায় কাম কৰি যাব। তেওঁ লগতে উল্লেখ কৰে যে জিলা আৰ্চাৰী সন্থাসমূহে স্থানীয় পৰ্যায়ত কাম কৰিলে ৰাষ্ট্ৰীয় সন্থাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়াব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd