• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডী হ্যে তু মুমকিন হ্যে! চাৰি বছৰত ৪৩খন দেশ ভ্ৰমণ কৰি ৪৬২ কোটি ব্যয় কৰিলে প্ৰধানমন্ত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2026 9:19 am
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোদীয়ে দেশত নহয়, বিদেশত থাকিহে আৰাম অনুভৱ কৰে। প্ৰধানমন্ত্ৰী হোৱাৰ আৰম্ভণিৰে পৰাই তেওঁ বিৰোধীৰ পৰা এনে কটাক্ষ শুনিবলগীয়া হৈছে।

অৱশ্যে তাৰবাবে মোডীৰ বিশ্ব ভ্ৰমণ বন্ধ নহ’ল। কোভিডৰ পিছত তেওঁ নতুন উদ্যমেৰে বিভিন্ন দেশ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ উপৰিও তেওঁ এনে দেশ ভ্ৰমণ কৰিছে য’ত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে ভৰি থোৱা নাই। আৰু সেই ভ্ৰমণৰ বাবে কোটি কোটি টকা খৰচ কৰা হৈছে।

Apply Now

বৃহস্পতিবাৰে সৰ্বভাৰতীয় সংবাদ মাধ্যমে চৰকাৰী পৰিসংখ্যাৰ উদ্ধৃতি দি এই সন্দৰ্ভত বিতৰ্কৰ সূচনা কৰে। তেওঁলোকে প্ৰকাশ কৰা বাতৰিত কোৱা হৈছে যে ২০২১ চনৰ পৰা ২০২৫ চনলৈকে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে চৰকাৰী কোষাগাৰৰ পৰা ব্যয় হৈছে ৪৬২ কোটি। অৰ্থাৎ প্ৰতি বছৰে ১১৫ কোটিৰো অধিক খৰচ হৈছে। সাধাৰণ মানুহৰ কৰৰ ধনেৰে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ ইমান বৃহৎ ব্যয়ক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।

যোৱা চাৰি বছৰত উত্তৰৰ পৰা দক্ষিণ গোলাৰ্ধলৈকে ৪৩খন দেশত মোডীৰ ভ্ৰমণগাথা বিয়পি পৰিছে। তেওঁ সুদূৰ কানাডাৰ পৰা অষ্ট্ৰেলিয়ালৈকে সকলোতে ভ্ৰমণ কৰিছে। ইয়াৰ উপৰিও তেওঁ মৰিচাছ, নামিবিয়া, ক্ৰ’ৱেচিয়া, ট্ৰিনিদাদ আৰু ট’বাগো ভ্ৰমণ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কেইবাখনো দেশ এবাৰতকৈ অধিক ভ্ৰমণ কৰিছে। যেনে আমেৰিকা, সংযুক্ত আৰব আমিৰশ্বাহী আৰু জাপান। তেওঁ এই তিনিখন দেশ চাৰিবাৰকৈ ভ্ৰমণ কৰিছে। ইয়াৰ পিছত ফ্ৰান্স। তেওঁ তিনিবাৰকৈ ইমানুৱেল মেক্ৰনৰ দেশ ভ্ৰমণ কৰিছে। তেওঁ ব্ৰিটেইন, দক্ষিণ আফ্ৰিকা, ৰাছিয়া আৰু ব্ৰাজিল দুবাৰকৈ ভ্ৰমণ কৰিছে।

তথ্য অনুসৰি তেওঁ এবাৰৰ ভ্ৰমণত ফ্ৰান্সলৈ গৈ সৰ্বাধিক খৰচ কৰিছে। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত পেৰিছলৈ গৈছিল প্ৰধানমন্ত্ৰীগৰাকী। তাত তেওঁ ২৫.৫ কোটি টকা খৰছ কৰিছিল। তালিকাত দ্বিতীয় স্থানত আছে আমেৰিকা ভ্ৰমণ। ২০২৩ চনৰ জুন মাহত তেওঁ ‘বন্ধু’ ট্ৰাম্পৰ দেশ ভ্ৰমণ কৰিছিল। সেই সময়ত ভাৰত শুল্কক লৈ আমেৰিকাৰ ক্ষোভত পৰা নাছিল। সেই ৱাশ্বিংটন ভ্ৰমণৰ খৰচ আছিল ২২.৮ কোটি টকা। এই ভ্ৰমণৰ সময়ত মোদীয়ে আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনত ভাষণ দিয়ে। আমেৰিকাই আয়োজন কৰিছিল নৈশ আহাৰ। সেইবাৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ মাটিত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰে।

তৃতীয় সৰ্বাধিক খৰচ আমেৰিকাতে আছিল। নৰেন্দ্ৰ মোদীয়ে ২০২১ চনত কোৱাড ছামিটত অংশ লৈছিল। তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদতো ভাষণ দিছিল। সেই ভ্ৰমণৰ সময়ত তেওঁ বিশ্বৰ নেতা আৰু কৰ্পৰেট চিইঅ’সকলৰ সৈতে সাক্ষাৎ কৰে। সেই ভ্ৰমণত মুঠ ব্যয় হৈছিল ১৯৬ কোটি টকা।

ব্যয়ৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণ আছিল আটাইতকৈ ব্যয়বহুল। চাৰিটাকৈ দেশখন ভ্ৰমণত তেওঁ ৭৪৪ কোটি টকা ব্যয় কৰিছিল। অৰ্থাৎ চাৰি বছৰত মুঠ ব্যয়ৰ ১৬ শতাংশ। ইয়াৰ পিছতে আছে জাপান আৰু ফ্ৰান্স।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

August 10, 2026 9:02 pm
ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

August 10, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd